• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তান অধিকৃত কাশ্মীৰত ২ মাহৰ বাবে সামগ্ৰী মজুতৰ নিৰ্দেশ; ১০ দিনৰ বাবে বন্ধ মাদ্ৰাছাসমূহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 9:01 am
323
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় প্রত্যাক্রমণৰ আশংকাত পাকিস্তান অধিকৃত কাশ্মীৰৰ জনসাধাৰণক তাৰ প্রশাসনে কমেও দুমাহৰ খাদ্য মজুত কৰিবলৈ পৰামৰ্শ দিছে।

শুকুৰবাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে স্থানীয় বিধানসভাত জনায় যে নিয়ন্ত্ৰণ ৰেখাৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। স্থানীয় প্ৰশাসনে বাসিন্দাসকলক কমেও ২ মাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিবলৈ কৈছে।

হকৰ বক্তব্যৰ উদ্ধৃতি দি আৰব নিউজে প্ৰকাশ কৰিছে যে পাকিস্তান দখল কৰা কাশ্মীৰৰ প্ৰশাসনে ১০০ কোটি টকাৰ জৰুৰীকালীন পুঁজি গঠন কৰিছে। এই ধনেৰে খাদ্য, ঔষধ, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰা হ’ব।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তান এয়াৰলাইন্সে যুদ্ধৰ আশংকাত পাকিস্তান অধিকৃত কাশ্মীৰলৈ বিমান সেৱা বন্ধ কৰি দিছে।

ইপিনে, ভাৰতৰ আগ্ৰাসী মনোভাৱৰ পৰিপ্ৰেক্ষিতত পাকিস্তান অধিকৃত কাশ্মীৰৰ অধিকাংশ মাদ্ৰাছা আগন্তুক ১০ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰায় ১০০০ মাদ্ৰাছাক ১০ দিনৰ ছুটীৰ অনুমতি দিয়া হৈছে।

ভাৰতৰ মতে এই মাদ্ৰাছাসমূহত উগ্ৰপন্থী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। এই কথা উপলব্ধি কৰিয়েই পাকিস্তানী কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd