• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধবাজ ইউৰোপ! যুদ্ধত ইন্ধন যোগাবলৈ ইউক্ৰেইনলৈ প্ৰথম লেপাৰ্ড টেংক পঠিয়ালে পোলেণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 8:59 am
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুচৰ্চিত লেপাৰ্ড-২ টেংকৰ (Leopard tanks)প্ৰথম চালান ইউক্ৰেইনত উপস্থিত হৈছে। পোলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়ছ ব্লাচজাগে শুকুৰবাৰে কয় যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বাৰ্ষিকীত টেংকবোৰ কিয়েভলৈ যোগান ধৰা হৈছে। তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন বৈঠকত কয়, “পোলেণ্ডৰ লেপাৰ্ড আজি (শুকুৰবাৰে) ইউক্ৰেইনত উপস্থিত হৈছে। অৱশ্যে তেওঁ এই জাৰ্মান নিৰ্মিত টেংকবোৰৰ কিমানখন কিয়েভক দিয়া হৈছে সেয়া সদৰী কৰা নাই।

পোলেণ্ডে প্ৰথমে ইউক্ৰেইনক লেপাৰ্ড যোগান ধৰিছে। অৱশ্যে, জাৰ্মানীয়ে প্ৰথমতে এই টেংকবোৰ ইউক্ৰেইনলৈ প্ৰেৰণ কৰিবলৈ অনিচ্ছুক আছিল। সেই সময়ত পোলেণ্ডে এই স্থিতিৰ বাবে বাৰ্লিনক তীব্ৰ সমালোচনা কৰিছিল।

ইপিনে, পোলেণ্ডৰ প্ৰধানমন্ত্ৰী মাটেউজ মোৰাউইকিয়ে শুকুৰবাৰে কিয়েভ ভ্ৰমণ কৰে। তাত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰে।

Apply Now

মেটিউছে এক টুইটযোগে কয়, “ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ বাৰ্ষিকীত, মই ইউক্ৰেইনৰ প্ৰতিৰক্ষাত অধিক সমৰ্থন আগবঢ়োৱাৰ বাবে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিবলৈ কিয়েভত আছো।”

আনহাতে, ফিনলেণ্ডে ইউক্ৰেইনলৈ তিনিটা লেপাৰ্ড-২ টেংক প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। দেশখনে বৃহস্পতিবাৰে এই ঘোষণা কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী মিকো চাভোলাই এক বিবৃতিত কৈছিল যে তেওঁলোকে ইউক্ৰেইনলৈ অধিক প্ৰতিৰক্ষা সঁজুলি প্ৰেৰণ কৰিব। অন্যান্য অংশীদাৰসকলৰ সৈতে তেওঁলোকেও লেপাৰ্ড টেংক সহযোগিতাত অংশগ্ৰহণ কৰিব। তেওঁলোকৰ সামৰিক সহায়ৰ পেকেজত অন্যান্য বিষয়ো অন্তৰ্ভুক্ত আছে।

হেলচিঙ্কিয়ে কিয়েভক টেংক দিব বুলি ঘোষণা কৰাৰ পিছত সংবাদমেললৈ আহিছিলফিনলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী। তেওঁ কয় যে লেপ’ৰ্ড-২ টেংকৰ এটা পৰিৱৰ্তিত সংস্কৰণ ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হ’ব। ই মাইনকে ধৰি অন্যান্য বিস্ফোৰক আঁতৰাবলৈ সক্ষম।

ইয়াৰ মাজতে, ছুইডেনেও কালি ১০ খন লেপাৰ্ড-২ টেংক প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰচন আৰু প্ৰতিৰক্ষা মন্ত্ৰী পল জনছনে কালি এই ঘোষণা কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ আক্ৰমণৰ বাৰ্ষিকীত ইউক্ৰেইনৰ বাবে অতিৰিক্ত ২০০ কোটি ডলাৰ নিৰাপত্তা সাহায্য ঘোষণা কৰিছে। পেন্টাগনে কয় যে এই সহায়ৰ ভিতৰত আছে হিমাৰ্ছ ৰকেট প্ৰণালীৰ বাবে গোলাবাৰুদ, ১৫৫ মিমি গোলাবাৰুদ, ড্ৰোন আৰু কাউণ্টাৰ-ড্ৰোন প্ৰণালী, মাইন আঁতৰোৱাৰ সঁজুলি, প্ৰশিক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে পুঁজি।

আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ বাবে বিশ্বব্যাপী সমৰ্থন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে। যোৱা বছৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পিছত ৱাশ্বিংটনে কিয়েভক সমৰ্থন কৰিবলৈ তৎপৰতাৰে এক আন্তৰ্জাতিক মিত্ৰজোঁট গঠন কৰে। দেশখনে বহু দেশে প্ৰদান কৰা সহায়ৰো সমন্বয় কৰি আছে।

মুঠতে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপৰ দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে পোতক তুলিবলৈ একত্ৰিত হোৱা দেখা গৈছে আৰু ইয়াৰ বাবে তেওঁলোকে ইউক্ৰেইনক ‘বলিৰ পঠা’ হিচাপে ব্যৱহাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd