• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি আৰক্ষীৰ বৃহৎ সাফল্য : আমনিৰ ধৰ্ষণ কাণ্ডৰ ৫ জন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

বিদুৎ জ্যোতি বৰা by বিদুৎ জ্যোতি বৰা
September 3, 2018 11:30 am
আমনিৰ ধৰ্ষণ কাণ্ডৰ অপৰাধী

সোমবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আমনিৰ ধৰ্ষণকাণ্ডৰ ধৰ্ষণকাৰী পাঁচজন।ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা আমনিৰ ধৰ্ষণ কাণ্ডৰ মুল পাঁচজন নৰ পিশাচক  আজি এটা বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দলটোৱে তেজপুৰ ডোলাবাৰীৰ পৰা এখন চুইফট ডিজেয়াৰসহ তিনিজনক কৰায়ত্ত কৰাৰ লগতে আন দুজনক আমনিৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৪-৩০ মান বজাত চামগুৰি আৰক্ষী আৰু নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে তেজপুৰ আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি ডোলাবাৰী অঞ্চলত অভিযান চলাই এ এছ ০১বি এন ৬৯৯৪ নম্বৰৰ  এখন চুইফট ডিজেয়াৰ, ধৰ্ষিতা গৰাকীৰ মোবাইল ফোনসহ তিনি ধৰ্ষণকাৰীক কৰায়ত্ত কৰে।

Apply Now

আৰক্ষীয়ে লগতে লগতে আন দুজন ধৰ্ষণকাৰীক আমনিৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আটকাধীন মুল ধৰ্ষণ কাৰী কেইজন হ’ল ক্ৰমে আমনিৰ শিয়ালখাইতীৰ হাবিজ ভূঞা, তেজপুৰ ন -পামৰ মইনুল হুছেইন, তেজপুৰ নপাম পুখুৰী বস্তিৰ ছফিকুল ইছ্লাম আৰু তেজপুৰ বকুল জাৰণিৰ ৰমজান আলী আৰু আমনিৰ ৰকিবুল ইছলাম।

উল্লেখ্য যে যোৱা ২৮ আগষ্ট মঙ্গলবাৰে নিশা লংকাৰ পৰা গোলাঘাট অভিমুখে এখন বাইকত অহা এগৰাকী মহিলাক উৰিয়াগাৱঁৰ বাইপাচত ছয় নৰ পিশাচে আগুচি ধৰি বাইকখন খালত পেলাই মহিলা গৰাকীক আটক কৰি চুইফট ডিজেয়াৰত ভৰাই আমনিস্থিত আমলখী হাইস্কুলৰ পিছ ফালে নিৰ্মিয়মান খেল পথাৰত নিশা প্ৰায় দুঘন্টা পৰ্যন্ত নৰ পিশাচ কেইটায়েই বলাৎকাৰ কৰি পিছত আমনিৰ তেল ডিপুত মহিলা গৰাকীক পেলাই থৈ গৈছিল।

পৰবৰ্তী সময়ত আৰক্ষীয়ে ৩০ আগষ্ট বৃহস্পতিবাৰে অভিযান চলাই হোজাইৰ ৰামপুৰ বস্তিৰ পৰা বাইক চালক ৰাজেশ ধৰক কৰায়ত্ব কৰাৰ পিছত নগাঁও আদালতে চাৰি চেপ্টেম্বৰলৈকে ৰাজেশক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

ধৃত ৰাজেশৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই পাঁচজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান চামগুৰি আৰক্ষীয়ে  অভিযুক্তকেইজনক জেৰা অব্যাহত ৰখাৰ লগতে দুই পলাতক ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

বিদুৎ জ্যোতি বৰা

বিদুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd