• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰেপ্তাৰ হ’ব নেকি ক্ৰিকেট তাৰকা যুৱৰাজ সিং! গোচৰ ৰুজু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 6:06 pm

1 min read

গ্ৰেপ্তাৰ হ’ব নেকি ক্ৰিকেট তাৰকা যুৱৰাজ সিং! গোচৰ ৰুজু
325
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানা আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ ওপৰত এখনি এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা বছৰ এটা ইনষ্টাগ্ৰাম চাটিঙত টীম ইণ্ডিয়াৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনজনে লেগ স্পীনাৰ য়ুভেন্দ্ৰ চাহালক লৈ এটা বৰ্ণবৈষম্যসমূলক মন্তব্য কৰিছিল।

টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাৰ এটা ইনষ্ট্ৰাগাম লাইভ অনুষ্ঠানত যুৱৰাজে এই মন্তব্যটো কৰিছিল।

পাছত যুৱৰাজ সিঙে মন্তব্যটোৱে অনাকাংক্ষিতভাৱে ৰাজহুৱা আৱেগত আঘাত হনাৰ বাবে ক্ষমা বিচাৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই জনোৱামতে, অধিবক্তা ৰজত কালচানে হানচি আৰক্ষী চকীত দিয়া এটা গোচৰৰ ভিত্তিত এজাহাৰখনি দাখিল কৰা হৈছে।

ইণ্ডিয়ান পেনেল কোডৰ বিভিন্ন ধাৰা আৰু এছ.চি./এচ.টি. (প্ৰিভেনচন অৱ এট্ৰচিটিজ)আইনৰ অধীনত গোচৰটো গ্ৰহণ কৰা হৈছে।

অধিবক্তা ৰজত কালচানে কয় যে ক্ৰিকেট তাৰকাগৰাকীৰ মন্তব্যটোৱে দলিত সম্প্ৰদায়ক আঘাত কৰিছে।

এই বিষয়টোক লৈ অধিবক্তাজনে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজলৈও পত্ৰ প্ৰেৰণ কৰিছে আৰু গৃহমন্ত্ৰীয়ে হাৰিয়ানা ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচক ব্যৱস্থা ল’বলৈ আদেশ দিছে।

Recent News

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

Siladitya-570x320-750x375-1

টিকট লাগে, পূৰ্বে কৰা ভুলৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত ক্ষমা বিচাৰি শিলাদিত্যৰ সন্তাপ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd