• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী ডবল মাৰ্ডাৰ: অভিযুক্ত বন্দনাক লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 12:59 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত সংঘটিত দুটাকৈ লোমহৰ্ষক, নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। গুৱাহাটীৰ নুনমাটিৰ শিহৰণকাৰী ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। ইতিমধ্যে মেঘালয়ৰ পৰা শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। মঙলবাৰে পুৱাই আৰক্ষীৰ এটা দল মূল অভিযুক্ত বন্দনা কলিতা আৰু আন দুজন অভিযুক্তক লগত লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা হৈছে।

সম্পত্তিৰ লালসাতে বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বন্দনাই প্ৰেমিক ধনটি ডেকা আৰু ধনটি ডেকাৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল।

সোমবাৰে আৰক্ষীয়ে বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত তিনিওজনকে লৈ মেঘালয়ত অভিযান চলাইছিল আৰু চেৰাপুঞ্জীৰ পৰা বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

Apply Now

আনহাতে, বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। সেয়ে মঙলবাৰে পুৱাই অভিযুক্তক লৈ পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষী।

ইপিনে, সোমবাৰে আৰক্ষীয়ে ধনটি ডেকা আৰু অৰূপ দাসক আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে। উল্লেখ্য যে শাহুৱেক শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বন্দনাই আৰক্ষীৰ আগত হত্যাকাণ্ডৰ ভয়ংকৰ বৰ্ণনা দিছিল।

শেহতীয়াভাৱে প্ৰকাশ পোৱা মতে, হত্যাকাণ্ডৰ ঘটনাত অভিযুক্ত অৰূপ দাসৰ কাইলৈ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আছিল। যোৱা ২ ফেব্ৰুৱাৰীত অৰূপ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বন্দনাৰ পৰিকল্পনাত হাত মিলোৱা অৰূপ এতিয়া আৰক্ষীৰ জালত। তাৰমাজতে অৰূপৰ পৰিয়ালে নিচাজাতীয় দ্ৰব্য খুৱাই অৰূপক ফচোৱাৰ অভিযোগ তুলিছে। ধনটিৰ সৈতে অৰূপৰ ঘৰলৈ যোৱা বন্দনাই হেনো নিজকে অনামিকা কলিতা বুলি চিনাকি দিছিল ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd