DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছ বি আইৰ নকল ব্ৰাঞ্চ খুলি বহি আছিল, তিনিজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 7:02 pm
Police nab three for opening fake SBI branch in Cuddalore, Tamil Nadu

প্ৰতিনিধিত্বমূলক ফটো

26.5k
VIEWS
Share on FacebookShare on Twitter

জাল নোট নহয়, এইবাৰ এছ বি আইৰে নকল শাখা খোলাৰ অভিযোগত তামিলনাডুৰ কুদ্দাল’ড় জিলাৰ পাণৰুটিত শুকুৰবাৰে গ্ৰেপ্তাৰ হৈছে তিনিজন লোক।

লোককেইজনে এছ বি আইৰ শাখাৰ সৈতে সাইলাখ এটা শাখা খুলি লৈছিল। নকল বেংকটো দেখিবলৈ, তাৰ অন্তঃসজ্জা সকলো এছ বি আই শাখাৰ সৈতে অবিকল।

তিনিমাহ পুৰণি এই “ব্ৰাঞ্চ”টোৰ বিষয়ে এছ বি আইৰ এজন গ্ৰাহকে অঞ্চলটোৰ এটা এছ বি আই শাখাৰ মেনেজাৰক সোধাত পোহৰলৈ আহে উৰহী গছৰ ওৰ।

বেংকটোৰ মেনেজাৰজনে এছ বি আইৰ জ’নেল অফিচত খবৰ কৰাত পোহৰলৈ আহে যে অঞ্চলটোত এছ বি আইৰ দুটাহে ব্ৰাঞ্চ আছে, তিনিটা নাই।

তেতিয়া এছ বি আইৰ বিষয়া নকল বেংকটোলৈ আহি দেখে সেইটো এছ বি আইৰ যিকোনো শাখাৰ সৈতে অবিকল।

পিছত আৰক্ষীয়ে নকল বেংকটো খোলা কমল বাবু নামৰ মূল অভিযুক্তজনৰ লগতে আৰু দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত কমল বাবুৰ মাক-দেউতাক দুয়ো প্ৰাক্তন বেংক কৰ্মচাৰী। বাকী দুজনৰ এজনৰ ৰাবাৰ ষ্টেম্পৰ দোকান আৰু এজনৰ প্ৰেছ আছে।

নকল বেংকটো চলাবলৈ সকলো ষ্টেম্প আৰু কাগজ-পত্ৰ বাকী দুজনে তৈয়াৰ কৰিছিল।

সৌভাগ্যক্ৰমে তিনিমাহ হোৱা নকল বেংকটোত বোলে এতিয়ালৈকে কোনো লোকে পইচা জমা কৰা নাছিল!

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd