• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত নিষিদ্ধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

NE NOW NEWS য়াছিন আলী
বঙাইগাঁও , January 18, 2020 7:48 am

1 min read

Police operation

ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ দৃশ্য

3k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কীৰ্ত্তনপাৰা, মইনাপাৰা, মাত্ৰাঘোলাত শুকুৰবাৰে অসম আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই বৃহত পৰিমাণৰ ভাং খেতি ধংস কৰিবলৈ সক্ষম হয়।

দণ্ডাধীশ শ্বাহনৱাজ ইকবালৰ উপস্থিতত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অঞ্চকেইটাৰ ঘৰে ঘৰে কৰা ভাং খেতি ধংস কৰে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ছুলতান মামুদ আৰু বিল্লাল হুছেইন নামৰ লোক দুজনৰ নেতৃত্বত অবৈধ ভাং খেতি কৰি অহা হৈছিল।

শুকুৰবাৰে মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতা, কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ভাং খেতি ধংস কৰিবলৈ সক্ষম হোৱাত ৰাইজে আৰক্ষীক এই ভাং বিৰোধী অভিযানক প্ৰশংসা কৰিছে।

বিগত বছৰত মইনাপাৰাত শ শ বিঘা ভাং খেতি মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ধ্বংস কৰি সজাগতা সভা অনুষ্ঠিত কৰাত বহু পৰিমাণে ৰাইজে সজাগ হৈছিল যাৰ বাবে বিগত বছৰৰ তুলনাত চলিত বছৰত ভাং খেতি কমকৈ কৰা পৰিলক্ষিত হৈছিল।

কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে অঞ্চলটোৰ পৰা ভাং ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd