• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়া বাবুল বৰাৰ বিয়োগ; পুৰণিগুদামত শোকৰ ছাঁ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
May 22, 2020 4:48 pm
বাবুল বৰা

বাবুল বৰা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীত কিছু দিন পূৰ্বলৈ কৰ্মৰত আৰক্ষী বিভাগৰ সহকাৰী উপ পৰিদৰ্শক বাবুল বৰা (৫০)ৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে।

দীৰ্ঘ দিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা নগাঁও জিলাৰ কৰৈয়নীৰ হেঙুলীচুকৰ নিবাসী আৰক্ষী বিষয়া বাবুল বৰা হঠাৎ গুৰুতৰভাবে অসুস্থ হৈ পৰাত তেখেতক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয়।

Apply Now

২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা পুৰণিগুদাম আৰক্ষী চকীত সহকাৰী উপ-পৰিদৰ্শক হিচাপে সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই অহা সহজ-সৰল আৰক্ষী বিষয়া হিচাপে পৰিচিত বাবুল বৰাক শেহতীয়াকৈ শিলঘাট আৰক্ষী চকীলৈ বদলি কৰিছিল যদিও শিলঘাট আৰক্ষী চকীত যোগদান কৰাৰ পূৰ্বেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰ।

ঐতিহ্যমণ্ডিত পুৰণিগুদাম অঞ্চলত এগৰাকী আৰক্ষী বিষয়া হিচাপে বাবুল বৰাই বহু প্ৰত্যাহবানৰ সন্মুখীন হৈও বিগত দিন সমূহত সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী আৰক্ষী বিষয়া হিচাপে পুৰণিগুদামবাসী ৰাইজৰ মাজত অতি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বাবুল বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ পুৰণিগুদাম অঞ্চলত শোকৰ ছাঁ পৰে।

আৰক্ষী বিষয়া বৰাৰ মৃত্যুত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল, পুৰণিগুদাম আঞ্জুমান-ই-ইছলামীয়া, পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা, পুৰণিগুদাম প্ৰেছ ক্লাব, চামগুৰি ইলেকট্ৰনিক মেডিয়া এছ’চিয়েচন(চেমা), অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পুৰণিগুদাম শাখা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক, নগাঁও জিলা আৰক্ষী-প্ৰশাসন, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকান্ত দলে, পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ লগতে সমূহ আৰক্ষী, আৰক্ষী পৰিদৰ্শক সোমেশ্বৰ কোঁৱৰ, বৰ্তমানে শিলচৰত কৰ্মৰত আৰক্ষী উপ পৰিদৰ্শক ৰাজীৱ বৰ্মণ, নলবাৰীত কৰ্মৰত বংশীধৰ কুমাৰ, আমচৈত কৰ্মৰত অনিল দাস, অংগাভিনয় অসম, জুৱাৰ কলিয়াবৰ জিলা সমিতি, সংযুক্ত সাংবাদিক সংস্থা চামগুৰি, দৃষ্টি ফাউণ্ডেশ্যন, পুৰণিগুদামৰ ক্ষুদ্ৰ ব্যৱসায়ী সকল, চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ চলচলী শাখাকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত আৰক্ষী বিষয়া বাবুল বৰাই মাতৃ, পত্নী, দুগৰাকী জীয়াৰী সহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd