• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ অভিযানত ডিব্ৰুগড়ত ২৯ টা গৰুসহ শক্তিশালী পাঁচজনীয়া গৰুচোৰৰ দল গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 22, 2019 10:28 pm
cattle-smuggling

ফটো সৌজন্য-ইণ্ডিয়া টুডে

417
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ বগীবিল অঞ্চলত সোমবাৰে আৰক্ষীয়ে পাঁচজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৯ টা গৰু উদ্ধাৰ কৰে।

পাঁচজনীয়া দলটোৱে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অভিযানকাৰী ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে।

গৰুবোৰ ধেমাজিৰ পৰা নগাঁৱলৈ লৈ গৈ থকাৰ সময়তে আৰক্ষীয়ে চোৰকেইজনক গ্ৰেপ্তাৰ কৰে বুলি বৰবৰুৱা আৰক্ষী থানাৰ এগৰাকী আৰক্ষীয়ে উল্লেখ কৰে।

গৰুৰ চোৰাং কাৰবাৰ চলাই থকা পাঁচজনীয়া দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে এ এছ ২৩ বি চি ৭২২৯ নম্বৰৰ এখন এখন ট্ৰাকো জব্দ কৰে।

চোৰ কেইজন নাৰায়ন লোহাৰ, ধনৰাজ লোহাৰ, মোহিবুৰ ৰহমান, জীহুৰ ৰহমান আৰু ইকৰুমল হুছেইন বুলি চিনাক্ত কৰা হয়।

‘আমি বিশেষ সূত্ৰৰ পৰা গৰু চোৰৰ দল এটাই গৰু ভৰ্তি ট্ৰাক এখনৰ সৈতে নগাঁৱ অভিমুখে গৈ আছিল বুলি খবৰ লাভ কৰিছিলো’-আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

লগতে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই আৰক্ষীয়ে গৰু চোৰৰ দলটোক বগীবিল অঞ্চলত আটক কৰিবলৈ সক্ষম হয় বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হয়।

গৰু সৰবৰাহ ৰাজ্যত এটা জলন্ত সমস্যা হিচাপে ক্ৰমান্বয়ে গড় লৈ উঠিছে।

নতুনকৈ মুকলি হোৱা ধেমাজি আৰু ডিব্ৰুগড় সংযোগী বগীবিল দলংখন গৰু সৰবৰাহৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে।

গৰু চোৰৰ চক্ৰই প্ৰতিদিনে গৰু সৰবৰাহৰ বাবে নতুন নতুন উপায় অৱলম্বন কৰি আহিছে।

বিগত সময়ছোৱাত কলগছত বান্ধি নদীৰ ঢৌত উটুৱাই দি ভাৰতৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰা চক্ৰান্ত বি এছ এফ বাহিনীয়ে ব্যৰ্থ কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd