• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৰাজধানী ঘেৰাওৰ বাবে দিল্লীমুখী পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষক; থৰকাছুটি হেৰাইছে আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 11:27 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকলে শস্যৰ নূন্যতম মূল্যকে ধৰি একাধিক দাবীৰে দিল্লী ঘেৰাও কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে নিশা গাজিয়াবাদ আৰু নয়দাৰ পথ অৱৰোধ কৰে হাজাৰ হাজাৰ কৃষকে। দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক আটক কৰি ৰাখিছে। ৰাজধানীলৈ যোৱা আটাইকেইটা পথতে বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে।

অহা মঙলবাৰে দিল্লীত জনসভা অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ পূৰ্বে দিল্লীৰ আশে-পাশে সমবেত সমাগমক কৃষক নেতাসকলে সম্বোধন কৰিব।

লগতে পঢ়কঃ পাকিস্তানৰ নিৰ্বাচনত ইমৰাণ খান আৰু নৱাজ শ্বৰীফ দুয়োজনৰে বিজয়ৰ দাবী; নীৰৱ নিৰ্বাচনী আয়োগ

Apply Now

তিনিবছৰ পূৰ্বে ঐতিহাসিক কৃষক আন্দোলনৰ মূল দাবী আছিল শস্যৰ নূন্যতম মূল্য। নৰেন্দ্ৰ মোডী চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিলেও মূল দাবী পূৰণ নহ’ল। এতিয়া পুৰণি দাবীৰ লগত সংযোজন কৰা হৈছে কৃষক আৰু কৃষি শ্ৰমিকক পেঞ্চন প্ৰদানকে ধৰি কৃষি বিজ্ঞানী এম এছ স্বামীনাথন কমিটীৰ পৰামৰ্শ কাৰ্যকৰীকৰণ।

শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰয়াত কৃষি বিজ্ঞানী স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কৃষক নেতা মহেন্দ্ৰ সিং টিকায়েটে ঘোষণা কৰে যে মঙলবাৰৰ ৰাজহুৱা সভাৰ পিছত পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ’ব।

লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

ইপিনে, দিল্লী সীমান্তত কৃষকক আৱদ্ধ কৰি ৰাখিবলৈ যোৱাবাৰৰ দৰে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে ৰাজধানীৰ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ যোৱা পথত ৫ হাজাৰ আৰক্ষীক মোতায়েন কৰা হৈছে।

আনহাতে, শুকুৰবাৰে নিশাৰ পৰা কৃষকসকলে পূর্বৰ দৰে পথ অৱৰোধ কৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd