• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ নিৰ্বাচনত ইমৰাণ খান আৰু নৱাজ শ্বৰীফ দুয়োজনৰে বিজয়ৰ দাবী; নীৰৱ নিৰ্বাচনী আয়োগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 10:32 am
পাকিস্তানৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰতিদ্বন্দ্বী নৱাজ শ্বৰীফ আৰু ইমৰাণ খান। ফটোঃ সংগ্ৰহীত।

পাকিস্তানৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰতিদ্বন্দ্বী নৱাজ শ্বৰীফ আৰু ইমৰাণ খান। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত পাকিস্তানৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰতিদ্বন্দ্বী নৱাজ শ্বৰীফ আৰু ইমৰাণ খান দুয়োজনেই বিজয়ৰ দাবী উত্থাপন কৰিছে।

যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত একক দল হিচাপে সৰ্বাধিক আসন লাভ কৰে নৱাজ শ্বৰীফৰ দলটোৱে। কিন্তু নিৰ্বাচনত দলীয় প্ৰতীকত বাধা পোৱা কাৰাবন্দী ইমৰাণ খানৰ সমৰ্থকসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সৰ্বাধিক আসন লাভ কৰি আগবাঢ়ি আছে।

নৱাজ শ্বৰীফে কয়, “তেওঁৰ দল পাকিস্তান মুছলিম লীগ-নৱাজে (পিএমএল-এন) মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে অন্য দলৰ সৈতে কথা পাতিব।”

Apply Now

২৬৫টা সমষ্টিৰ তিনি চতুৰ্থাংশতকৈ অধিক সমষ্টিৰ ফলাফল ঘোষণা কৰাৰ পিছতে নৱাজ শ্বৰীফে এই কথা ঘোষণা কৰে।

লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

কিন্তু বিশ্লেষকসকলে দাবী কৰিছিল যে কোনো এটা দলে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে, যাৰ ফলত পাকিস্তানৰ গভীৰ মেৰু বিভাজিত ৰাজনৈতিক পৰিৱেশটো ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকটৰ সৈতে আৰু অধিক জটিল হৈ পৰিব।

এতিয়ালৈকে ঘোষণা কৰা ২৫০টা সমষ্টিৰ ভিতৰত ৯৯টা সমষ্টিত ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইয়াৰ বাহিৰেও আন একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

নৱাজ শ্বৰীফৰ পিএমএল-এনে ৭১খন আৰু বিলোৱাল ভুট্টো জৰ্দাৰীৰ পাকিস্তান পিপলছ পাৰ্টিয়ে ৫৩খন আসন লাভ কৰে। এম কিউ এম ১৭খন আসনত জয়লাভ কৰে। ইয়াৰ উপৰিও আন দলসমূহে ১০খন আসন লাভ কৰে।

শুকুৰবাৰে পূবৰ লাহোৰ চহৰত নিজৰ ঘৰৰ বাহিৰত অনুষ্ঠিত এক সমাৱেশত নৱাজ শ্বৰীফে কয় যে নিৰ্বাচনৰ পিছত দেশৰ একক বৃহত্তম দল পাকিস্তান মুছলিম লীগ। এই দেশখনক সংকটৰ পৰা উলিয়াই অনাটো আমাৰ কৰ্তব্য।”

লগতে পঢ়কঃ প্ৰথম প্ৰেমে যদি সঁহাৰি নাপায়…,পন্থ সুস্থ হোৱাৰ পিছত আকৌ উৰ্বশীৰ কটাক্ষ! “প্ৰেম দৰাচলতে…”

তেওঁ লগতে কয় যে ব্যক্তিগত হওক বা দলীয় হওক, আমি জয়ী হোৱাসকলক সন্মান কৰো। এই সময়ত একেলগে কাম কৰি পাকিস্তানৰ পুনৰ নিৰ্মাণৰ আহ্বান জনায় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে পিটিআইয়ে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ইমৰাণ খানৰ দৃশ্য-শ্ৰাব্য বাৰ্তা প্ৰকাশ কৰে। তাত নৱাজ শ্বৰীফৰ বিজয়ৰ দাবী নাকচ কৰে কাৰাগাৰত থকা নেতাগৰাকীয়ে। নিৰ্বাচনত জয়ী হোৱাৰ বাবে তেওঁ সমৰ্থকসকলক অভিনন্দন জনায়।

ইমৰাণ খানে কয়, মোৰ বিশ্বাস আছিল যে আপোনালোক সকলোৱে ভোট দিবলৈ আহিব। সেই আস্থাক আপোনালোকে সন্মান জনাইছে। নিৰ্বাচনত আপোনালোকৰ ব্যাপক ভোটদানে সকলোকে স্তম্ভিত কৰি তুলিছে। আপোনালোকে ইতিহাস ৰচনা কৰিছে।” তেওঁ লগতে নৱাজ শ্বৰীফে ৰিগিং কৰি জয়ী হোৱা বুলিও কয়। তেওঁৰ দাবী কোনেও মানি নলয় বুলিও দোহাৰে।

লগতে পঢ়কঃ নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰি দিল্লীত জগনমোহন! নিৰ্বাচনী বতৰত মোডীৰ সৈতে বৈঠক অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ

বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা জেলত আছে প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকী। তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ গোপনীয়তা ভংগ, দুৰ্নীতি আৰু অবৈধ বিবাহৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰসমূহত তেওঁ বিভিন্ন কাৰ্যকালৰ কাৰাদণ্ড কটাবলগীয়া হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd