• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজৰ গুপ্তাংগ কাটি আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকক উদ্ধাৰ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , March 3, 2020 8:59 pm

1 min read

Suicide story

আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজন

76.6k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত নগৰৰ মাজ মজিয়াত আজি দিনৰ ভাগত সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনাই সকলোকে শিহৰিত কৰি তুলিছে।

বোকাখাতৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপতে নিজৰ গুপ্তাংগ কাটি আত্মহত্যাৰ চেষ্টা চলাই এগৰাকী যুৱকে।

আত্মহত্যাৰ চেষ্টা চলোৱা যুৱক গৰাকী গুৱাহাটীৰ গৌতম  তাঁতী বুলি জানিব পৰা গৈছে।

যুৱক গৰাকীয়ে নিজৰ গুপ্তাংগ কাটি আত্মহত্যা কৰিবলৈ লওঁতেই কৰ্মৰত যান-বাহন আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰি বোকাখাত অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়।

স্বল্পভাষী যুৱক গৰাকীয়ে নিজকে গৌতম তাঁতী আৰু গুৱাহাটীৰ বাসিন্দা বুলি জনাইছে যদিও অপ্ৰাকৃতিস্থ অৱস্থাত উদ্ধাৰ হোৱা যুৱক গৰাকীক মানসিক বিকাৰগ্ৰস্ত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যুৱক গৰাকীক উন্ন চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

যুৱক গৰাকীৰ প্ৰকৃত পৰিচয় সম্পৰ্কত এতিয়াও স্পষ্ট হ’ব পৰা নাই বোকাখাত আৰক্ষী আৰু এয়া প্ৰেমজনিত ঘটনাৰে পৰিনতি বুলিও সন্দেহ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd