• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’হ গাড়ী, মটৰ চাইকেলত উঠি দুৰ্গম চৰ অঞ্চল পৰিদৰ্শন নিৰ্বাচনী বিষয়াৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 10, 2019 7:24 am
চৰ অঞ্চল পৰিদৰ্শনৰ সময়ত পাথানিয়া।

চৰ অঞ্চল পৰিদৰ্শনৰ সময়ত পাথানিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ নং মঙলদৈ লোকসভা সমষ্টিৰ দায়িত্বত থকা সাধাৰণ নিৰ্বাচন নিৰীক্ষকসকলে বিগত দিনত দৰং জিলাৰ বিভিন্ন দুৰ্গম অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰ সমূহ পৰিদৰ্শন অব্যাহত ৰাখিছে। বিশেষকৈ চৰ অঞ্চলৰ ভোটাৰ ৰাইজ আৰু মঙলদৈ সমষ্টিৰ নিৰ্বাচনী বিষয়াসকলক আচৰিত কৰি সাধাৰণ নিৰ্বাচন নিৰীক্ষণ সমতিৰ অধিনায়ক জে এম পাথানিয়াই ক্ৰমাগত ভাবে দুৰ্গম অঞ্চলসমূহত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ অৱস্থাৰ বুজ লৈছে।

হিমাচল প্ৰদেশ পৰিবহন নিগমৰ সঞ্চালক পাথানিয়াই বিগত বহু বছৰ ধৰি জেষ্ঠ চৰকাৰী বিষয়া গৈ নোপোৱা অঞ্চল সমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত হোৱা দিনজোৰা অভিজ্ঞতাত পাথানিয়াই সেই অঞ্চল সমূহলৈ যাবৰ বাবে প্ৰথমে মটৰ চাইকেল পৰৱৰ্তী সময়ত ম’হ গাড়ী আৰু ভূটভূটিত যাত্ৰা কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে।

Apply Now

মঙলবাৰে নিৰীক্ষকগৰাকীয়ে ৬৭ নং মঙলদৈ বিধানসভা সমষ্টিৰ গছবাৰী প্ৰাথমিক বিদ্যালয়ত থকা ২৮০, ২৮১ আৰু ২৮২ নং ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। সেই স্থানত উপস্থিত হ’বৰ বাবে বিষয়াগৰাকীয়ে প্ৰথমে মায়ঙলৈ নিজৰ ইনোভা গাড়ীৰে আহি তাত গাড়ীখন থৈ ভূটভূটিৰে ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা কৰে।

গছবাৰী প্ৰাথমিক বিদ্যালয়ত থকা ভোটগ্ৰহণ কেন্দ্ৰটো পৰিদৰ্শন কৰি পাথানিয়াই অঞ্চলটোৰ সাধাৰণ ভোটাৰ সকলৰ লগত মত বিনিময় কৰাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰটোৰ বয়োজেষ্ঠ আৰু দিবাংগসকলৰ বাবে থাকিবলগীয়া সুকীয়া ব্যৱস্থাৰো বুজ লয়।

উল্লেখযোগ্য যে, সোমবাৰেও পাথানিয়াই চাউলখোৱা, কিৰাকাতা আৰু ধলপুৰত থকা ১৪ টা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ মটৰ চাইকেলত উঠি পৰিদৰ্শন কৰে।

Tags: নিৰ্বাচন ২০১৯
ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd