• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাচলত প্ৰদেশত চলিছে ভোটগ্ৰহণ; মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেকে ধৰি বিভিন্ন নেতাৰ ভোটদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2022 10:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমাচল প্ৰদেশত আজি পুৱা ৮ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যখনৰ ৬৮ খন বিধানসভা আসনত এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰায় ৫৫ লাখ ভোটাৰৰ দ্বাৰা ৪১২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ভোটগণনা গুজৰাটৰ সৈতে  ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

যোৱা ৩৭ বছৰত হিমাচল প্ৰদেশত কোনো দলে একেৰাহে দুবাৰকৈ জয়লাভ কৰা নাই আৰু ক্ষমতালৈ অহা নাই। শনিবাৰৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ দলে সেই পৰম্পৰা ভংগ কৰিবলৈ ব্যাকুল হৈ পৰিছে।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত সন্ধিয়া ৭ বজাৰ পিছত সুৰক্ষিত নহয় ছোৱালী! যোগীৰ ৰাজ্যকলৈ বিস্ফোৰক প্ৰিয়ংকা

Apply Now

অৱশ্যে মূল্যবৃদ্ধি, নিবনুৱা, আপেলৰ বাবে উচিত মূল্য নোপোৱা, সাৰৰ অভাৱৰ সমস্যাৰ লগতে বিজেপিৰ বিদ্ৰোহী নেতাসকলে শাসকীয় শিবিৰক চিন্তিত কৰি তুলিছে। ৰাজ্যখনৰ ৬৮ খন আসনৰ কমেও ২০ খনত বিজেপি প্ৰাৰ্থীসকল বিদ্ৰোহী নেতাসকলৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছে।

হিমাচল প্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে তেওঁৰ পুৰণি আসন চেৰাজৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। শনিবাৰে ৰাতিপুৱা তেওঁ আৰু তেওঁৰ পৰিয়ালে ভোটদান কৰে। ভোটদান কৰাৰ পিছত ঠাকুৰে কয়, “মানুহে নিশ্চিতভাৱে আমাক দ্বিতীয়টো সুযোগ দিব।‘’

প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী প্ৰতিভা সিঙে কয়, “হিমাচল প্ৰদেশৰ সকলো লোক অতি উৎসাহিত। সকলোৱে ভোট দিয়ক আৰু ৰাজ্যখনত এখন নতুন চৰকাৰ গঠনত সহায় কৰক।‘’

লগতে পঢ়ক: ন্যায়াধীশ নিযুক্তিত কেন্দ্ৰৰ বিলম্বত অসন্তুষ্ট উচ্চতম ন্যায়ালয়; আইন সচিবলৈ জাননী জাৰি

ইপিনে, প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখ ৰামৰ পুত্ৰ অনিল শৰ্মাক বিজেপিয়ে তেওঁৰ পুৰণি সমষ্টি মাণ্ডিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সতপাল সিং সতীক উনা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

বিৰোধী দলৰ নেতা মুকেশ অগ্নিহোত্ৰীক কংগ্ৰেছে হাৰোলী আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তালিকাত তিনিজন প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি সুখবিন্দৰ সিং চুফু (নাডুয়ান), কুলদীপ সিং ৰাঠোৰ (থিয়োগ) আৰু কাল সিং ঠাকুৰ (দাৰং)ৰ নাম আছে।

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিং আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি প্ৰতিভাৰ পুত্ৰ বিক্ৰমাদিত্যই চিমলা (গ্ৰাম্য) সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।

লগতে পঢ়ক: সংসদতে সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা! ৪০ জন ‘কামাতুৰ’ পুৰুষ সাংসদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে হিমাচল প্ৰদেশৰ সকলো ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd