• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত সন্ধিয়া ৭ বজাৰ পিছত সুৰক্ষিত নহয় ছোৱালী! যোগীৰ ৰাজ্যকলৈ বিস্ফোৰক প্ৰিয়ংকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 12, 2022 10:08 am
131
VIEWS
Share on FacebookShare on Twitter

প্ৰিয়ংকা চোপ্ৰাই কয়, “উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যত ছোৱালীবোৰে সন্ধিয়া ৭ বজাৰ পিছত ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে।” দেশলৈ উভতি অহাৰ পিছত দুদিনীয়া লক্ষ্ণৌ ভ্ৰমণলৈ গৈছিল অভিনেত্ৰীগৰাকী। তেওঁ সেই সময়ৰ এটা ভিডিঅ’ আপলোড কৰিছে। তাত প্ৰিয়ংকাই মহিলাৰ সুৰক্ষাৰ বিষয়ে কওঁতে এইদৰে মন্তব্য কৰিছে।

উত্তৰ প্ৰদেশলৈ গৈ প্ৰিয়ংকাই যোগী আদিত্যনাথৰ প্ৰশংসা কৰিছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনত ৰাজ্যখনৰ মহিলাসকলৰ অৱস্থা উন্নত হৈছে। বলীউডৰ ‘দেশী গাৰ্ল’য়ে মন্তব্য কৰিছিল যে এই পৰিৱৰ্তনটো প্ৰয়োজনীয়। প্ৰিয়ংকাই উত্তৰ প্ৰদেশৰ মহিলা পাৱাৰ লাইনৰ কাৰ্যালয়ো পৰিদৰ্শন কৰিছিল।

ভিডিঅ’টো বৃহস্পতিবাৰে আপলোড কৰা হৈছিল। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে মহিলাৰ সুৰক্ষা সম্পৰ্কে উত্তৰ প্ৰদেশ আৰক্ষীৰ মহিলা আৰু সুৰক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) নীৰা ৰাৱটৰ সৈতে কথা পাতি থকা দেখা গৈছে।

প্ৰিয়ংকাই নীৰা ৰাৱটক কৈছিল, “মোক এটা কথাৰ বিষয়ে অলপ কওঁক, উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্য… মানে, মইও লক্ষ্ণৌত ডাঙৰ-দীঘল হৈছিলো… এটা ভয় আছে… অৰ্থাৎ সন্ধিয়া সাত বজাৰ পিছত ছোৱালীবোৰে ঘৰৰ বাহিৰলৈ যাবলৈ ভয় কৰে।‘’ এই কথা শুনি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰিয়ংকাক এই সন্দৰ্ভত তথ্য সমূহ চাবলৈ প্ৰস্তাৱ দিয়ে। তাৰ পিছত তেওঁলোকে মহিলা আৰু শিশুৰ সুৰক্ষাৰ বাবে কেনেদৰে কাম কৰি আছে সেয়া ঘুৰাই দেখুৱায়।  

View this post on Instagram

A post shared by Priyanka (@priyankachopra)

লক্ষণীয় যে প্ৰিয়ংকাই ইউনিচেফৰ গুডউইল এম্বেচেডৰ হিচাপে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছিল।  সেই ভ্ৰমণৰ অংশ হিচাপে তেওঁ উত্তৰ প্ৰদেশৰ মহিলা পাৱাৰ লাইনৰ কাৰ্যালয় পৰিদৰ্শন কৰে। ভিডিঅ’টো সামাজিক মাধ্যমত আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনামটোত অভিনেত্ৰীগৰাকীয়ে কয় যে মহিলা আৰু শিশুসকলৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। তাৰ ওপৰত এতিয়াও বহুতো কাম কৰিব লাগিব।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd