• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খবৰৰ অপমৃত্যু! ‘মই জীৱিত’, ছ’চিয়েল মিডিয়াত স্বয়ং পুনম পাণ্ডেই জনালে এই খবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2024 2:40 pm
পুনম পাণ্ডে। ফাইল ফটোঃ সংগ্ৰহীত।

পুনম পাণ্ডে। ফাইল ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। অৱশ্যে শনিবাৰে তেওঁ নিজেই ছ’চিয়েল মিডিয়ালৈ আহি প্ৰমাণ দিলে -‘মই জীয়াই আছো।’ এই ঘটনাৰ পিছত নেট জগতত সমালোচনাৰ ধুমুহা বৈছে। সকলোৰে মুখত এটাই কথা – “কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ এটাক লৈ ধেমালি?” মডেল অভিনেত্ৰীগৰাকীয়ে এই কটুক্তিৰ প্ৰতি সঁহাৰিও জনাইছে।

পুনম পাণ্ডেৰ মতে, জৰায়ুৰ কৰ্কট ৰোগৰ বিষয়ে বিশেষ সজাগতা নাই। এই বিষয়ে সকলোকে অধিক সচেতন কৰিবলৈ তেওঁ ছাৰ্ভাইকেল কেন্সাৰত মৃত্যুৰ খবৰ বিয়পাই দিলে। কিন্তু পুনমক জীয়াই থকা দেখি অনুৰাগীয়ে সকলো আনন্দ আৰু উল্লাস পাহৰি তাৰ পৰিৱৰ্তে তেওঁক অশ্লীল মন্তব্যৰে বৰষুণ দিলে। কোনেও তেওঁক ৰেহাই দি কথা কোৱা নাই।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ মৃত্যুত চৰ্চা চলিছিল। মুনাৱাৰ ফাৰুকী, কৰণ কুন্দ্ৰা, কৰণবীৰ বৰা, পূজা ভাটৰ পৰা আৰম্ভ কৰি অভিনেত্ৰী  কংগনা ৰানাৱটলৈকে সকলোকে পুনমৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।

Apply Now

লগতে পঢ়কঃ পাঁচ ফুল এক মালী, যুৱৰাজৰ প্ৰেম কাহিনী! তালিকাত দীপিকা, নেহা, ৰিয়া আৰু…

পুনমৰ মৃত্যুৰ খবৰ কোনেও বিশ্বাস কৰিব বিচৰা নাছিল। ২৪ ঘণ্টাৰ পিছতে জোলোঙাৰ মেকুৰী ওলাই পৰিল! জীৱন্ত পুনম পাণ্ডেই নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি জনালে–“মই জীয়াই আছো।” অৱশ্যে এই কীৰ্তিৰ বাবে তেওঁ ক্ষমা খুজিলে।

শুকুৰবাৰে বিয়লিৰ পৰা সমগ্ৰ পৰিয়ালৰ ফোন চুইচ অফ হৈ থকাৰ সময়তে পুনম পাণ্ডেৰ ‘প্ৰচাৰ কীৰ্তি’ চৰ্চালৈ আহে। শুকুৰবাৰে পুৱা পুনম পাণ্ডেৰ ভগ্নীয়ে পৰিয়ালৰ হৈ মৃত্যুৰ খবৰ নিশ্চিত কৰে। কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা পৰিয়ালৰ কোনো সদস্যই সংবাদ মাধ্যমৰ সৈতে কথা পতা নাই, আনকি তেওঁলোকৰ ফোনো উপলব্ধ নাছিল বুলি দাবী কৰিছে সংবাদ মাধ্যমে।

লগতে পঢ়কঃ IND vs ENG 2nd Test Day 2: যশস্বী জয়ছোৱালৰ দুৰ্দান্ত ডাবল চেঞ্চুৰী; অকলেই ভাৰতৰ কাণ্ডাৰী!

আজি পুৱা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ পুনমৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাত সকলো স্তম্ভিত হৈ পৰে। যোৱা সোমবাৰেও বলীউদত পাৰ্টি কৰি গৈছে। পাপাৰাজী কেমেৰাৰ সন্মুখত হাঁহি মাৰি পোজ দিছিল। তেওঁ আৰু নাই! কোনেও যেন বিশ্বাস কৰিব পৰা নাই।

 

View this post on Instagram

 

A post shared by Poonam Pandey (@poonampandeyreal)

এই খবৰ মানি ল’ব পৰা নাছিল পুনমৰ উদ্যোগৰ সহযোগী মুনাৱাৰ ফাৰুকী, আদিল খান দুৰানী, ৰাখী সাৱন্তেও। বহু অনুৰাগীয়েও সন্দেহ প্ৰকাশ কৰিছে যে পুনম পাণ্ডেই নিজেও কেইবাবাৰো প্ৰচাৰৰ বাবে যিকোনো কাম কৰিব পাৰে বুলি কৈছিল। সেয়াই এইবাৰ সঁচা! পুনম পাণ্ডে জীয়াই আছে। মাথোঁ সংবাদ মাধ্যমৰ এটা খবৰৰ অপমৃত্যু ঘটিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd