• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IND vs ENG 2nd Test Day 2: যশস্বী জয়ছোৱালৰ দুৰ্দান্ত ডাবল চেঞ্চুৰী; অকলেই ভাৰতৰ কাণ্ডাৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2024 11:02 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধ খেলা দ্বিতীয়খন টেষ্টৰ আজি দ্বিতীয় দিনা ১০২ নং অভাৰত যশস্বী জয়ছোৱালে শ্বোৱেইব বছিৰৰ প্ৰথম ২টা বলত ছয় আৰু চাৰি মাৰি ব্যক্তিগত দ্বিশতক সম্পূৰ্ণ কৰে। ১৮টা চাৰি আৰু ৭ ছয়ৰ সহায়ত যশস্বীয়ে ২৭৭টা বলত নিজৰ কেৰিয়াৰৰ প্ৰথমটো ডাবল চেঞ্চুৰীৰ মাইলৰ খুঁটিত উপনীত হয়।

জেমছ এণ্ডাৰছনক ১০৬.৫ অভাৰত ছয় মাৰিবলৈ গৈ জনি বেইৰষ্টোৰ হাতত কেচ তুলি দিয়ে যশস্বী জয়ছৱালে। তেওঁ মুঠতে ১৯টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৯০টা বলত ২০৯ ৰান সংগ্ৰহ কৰে। ভাৰতে ৮টা উইকেট হেৰুৱাই দলীয় মুঠ ৩৮৩ ৰান সংগ্ৰহ কৰে। বেটিং কৰিবলৈ আহে যশপ্ৰীত বুমৰাহ।

লগতে পঢ়কঃ ICC U19 Mens Cricket World Cup: শচীন-উদয়ৰ শতকৰ পিছত সৌম্যৰ স্পিনৰ যাদু! নেপালক পৰাস্ত কৰি ছেমিত ভাৰত

Apply Now

ইয়াৰ পূৰ্বে আজি ১০০.৩ অভাৰত ৰবিচন্দ্ৰন অশ্বিন উইকেটকীপাৰ বেন ফ’কেছৰ গ্ল’ভছত জেমছ এণ্ডাৰছনৰ বলত ধৰা পৰে। অশ্বিনে ৪টা বাউণ্ডেৰীৰ সহায়ত ৩৭টা বলত ২০ ৰান কৰি খেলপথাৰ এৰি থৈ যায়। অশ্বিনৰ পিছত কুলদীপ যাদৱ বেটিং কৰিবলৈ নামে।

উল্লেখ্য যে হায়দৰাবাদ টেষ্টত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ বাবে বিশাখাপট্টনমত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ প্ৰত্যাৱৰ্তনৰ যুঁজ হিচাপে পৰিগণিত হয়। ভিজাগত হাই ভল্টেজ মেচত টছত জিকে ৰোহিত শৰ্মাই।

Maiden DOUBLE HUNDRED for Yashasvi Jaiswal 🔥🔥

TAKE. A. BOW 🙌

Follow the match ▶️ https://t.co/X85JZGt0EV#TeamIndia | #INDvENG | @ybj_19 | @IDFCFIRSTBank pic.twitter.com/uTvJLdtDje

— BCCI (@BCCI) February 3, 2024

ভাৰতে প্ৰথমে বেটিং কৰি প্ৰথম দিনাই যশস্বী জয়ছোৱালৰ উৎকৃষ্ট বেটিঙৰ সৌজন্যতভাল ৰানৰ ভেটি স্থাপন কৰে। যদিও যশস্বীয়ে বাস্তৱত অকলশৰীয়াকৈ যুঁজ দিয়া যেন লাগে। কাৰণ যুৱ অ’পেনাৰগৰাকীয়ে প্ৰথম দিনাই ১৫০ ৰানৰ সীমা সহজেই অতিক্ৰম কৰিলে যদিও আন কোনো ভাৰতীয় বেটছমেনে ব্যক্তিগতভাৱে ৪০ ৰানো কৰিব নোৱাৰিলে।

That Leap. That Celebration. That Special Feeling 👏 👏

Here's how Yashasvi Jaiswal notched up his Double Hundred 🎥 🔽

Follow the match ▶️ https://t.co/X85JZGt0EV#TeamIndia | #INDvENG | @ybj_19 | @IDFCFIRSTBank pic.twitter.com/CUiikvbQqa

— BCCI (@BCCI) February 3, 2024

শিভমন গিল, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেলে খোপনি পুতিও উইকেট দলিয়াই দি আহিছিল। অভিষেক মেচত ৰজত পাটিদাৰ দুৰ্ভাগ্যজনকভাৱে আউট হয়। অধিনায়ক ৰোহিতেও বেটেৰে দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে। এতিয়া টেইল এণ্ডাৰৰ সৈতে যশস্বীয়ে ভাৰতক প্ৰথম ইনিংছত কিমান দূৰলৈ লৈ যাব পাৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd