• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিয়ালসহ ভোটদান কৰি উৎফুল্লিত ৰাজ্যৰ দুই ‘হাৰ্ট থ্ৰ’ব’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2019 7:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই।

বিয়লি প্ৰায় ৪ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাহিলীপাৰা দক্ষিণ গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত জুবিনে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আহি ভোটদান কৰে।

Apply Now

জনপ্ৰিয় শিল্পীগৰাকীয়ে ভোট দিবলৈ ৰৈ থকা ভোটাৰৰ দীঘল শাৰীত থিয় নোহোৱাকৈ পোনে পোনে ভোটগ্ৰহণ কেন্দ্ৰত সোমাই ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহে। অৱশ্যে তেওঁৰ পত্নীয়ে ভোটাৰৰ শাৰীত থিয় হৈয়ে ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটদান কৰি আহি সংবাদ মাধ্যমৰ আগত জুবিনে কয়, ‘নিৰ্বাচনৰ সময়ত কেতিয়াও অসমত থাকি নাপালো। সদায় বাহিৰত থাকো, প্ৰগেম কৰি থাকো, এইবাৰ ভোট দিবলৈ পালো, যথেষ্ট ভাল লাগিছে। সকলোৱে যাক ভাল পায় তেওঁকেই ভোট দিয়ক সেইটোৱেই বিচাৰো।‘

আনহাতে, পাপনে মহানগৰীৰ ৰাধা-গোবিন্দ বৰুৱা পথৰ এ আই ডি চিৰ কাৰ্য্যালত দিনৰ ১ মান বজাত সাধাৰণ ৰাইজৰ সৈতে শাৰীপাতি ভোটাধিকাৰ সাব্যস্ত কৰে।

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি উৎফুল্লিত পাপনে সংবাদ মাধ্যমৰ আগত কয়, ‘ভাল লাগিল ভোটদান কৰি। আগতকৈ ভোটৰ সংখ্যা বাঢ়িছে, গতিকে এইটো ভাল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ লক্ষণ হয়। মই এইটোৱেই ভাবো আমি যাক নিৰ্বাচিত কৰি পঠিয়াও তেওঁলোকে যাতে আমাক ভালদৰে প্ৰতিনিধিত্ব কৰিব পাৰে।‘

তেওঁৰ সৈতে মাতৃ অৰ্চনা মহন্ত, পত্নী স্ৱেতা মিশ্ৰ মহন্ত আৰু ভগ্নী কিংকিনী মহন্তইয়ো ভাটাধিকাৰ সাব্যস্ত কৰে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd