• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাত দিনৰ বাবে বন্ধ পল্টনবজাৰৰ মাছৰ সুস্বাদু ব্যঞ্জনৰ বাবে ‘জনপ্ৰিয়’ হোটেল ‘মা-কালী’

শুকুৰবাৰৰ পৰা ৭ দিনৰ বাবে ভিন্ন জুতিৰ থালিৰ সোৱাদ ল’ব নাপাব হোটেল ‘মা-কালী’ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2019 7:17 am
Maa Kali Hotel Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা গ্ৰাহকৰ বাবে অতিকৈ জনপ্ৰিয় ‘হোটেল মা-কালী’ত নাপাব সুস্বাদু আহাৰ-ব্যঞ্জন।

এসাজ সুন্দৰ মাছ ভাতৰ বাবে জনপ্ৰিয় আছিল পল্টনবজাৰস্থিত এই হোটেলখন। ভিন্ন প্ৰজাতিৰ মাছৰ ব্যঞ্জনেৰে এসাঁজ খাবলৈ গ্ৰাহকসকলে ভিৰ কৰেহি এই হোটেলখনত।

Apply Now

কিন্তু সেইসকল গ্ৰাহকৰ বাবে দুঃ খবৰ। শুকুৰবাৰৰ পৰা ৭ দিনৰ বাবে সেই সু-স্বাদু মাছৰ ব্যঞ্জনৰ সোৱাদ ল’বলৈ নাপাব।

কিয়নো খাদ্য সুৰক্ষা বিভাগে শুকুৰবাৰে পুৱাৰ ভাগতে তলা ওলোমাব মহানগৰীৰ উক্ত হোটেলখনত। এই কথা নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে।

পাঠকে জানিবলৈ দিয়া অনুসৰি তেওঁৰ নেতৃত্বতে বুধবাৰে খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলাইছিল পল্টনবজাৰস্থিত মা-কালী হোটেলত।

অভিযানৰ সময়ত হোটেলখনৰ ৰন্ধনশালা অপৰিস্কাৰ অৱস্থাত প্ৰত্যক্ষ কৰে খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে। লগতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে পাকঘৰটো ৰাখিছে হোটেল কৰ্তৃপক্ষই।

হোটেলখনৰ পাকঘৰৰ পৰা শূণ্য দূৰত্বত হোটেলৰ বাথৰুম-টয়লেট থকা বুলিও তেওঁ আমাৰ সাংবাদিকক জনায়।

তদুপৰি, হোটেলখনৰ পাকঘৰত খোজ কাঢ়িব পৰাকৈয়ো ঠাইৰ অভাৱ আৰু ৰন্ধনত ব্যবহৃত সামগ্ৰীসমূহ য’তে-ত’তে সিঁচৰিত হৈ থকা পৰিলক্ষিত কৰে খাদ্য সুৰক্ষা বিভাগে।

আনকি গ্ৰাহকক খাবৰ বাবে যোগান ধৰা পানীও অতিকৈ লেতেৰা নীলাৰঙৰ ড্ৰাম এটাত ৰখা হৈছে বুলি খাদ্য সুৰক্ষা বিভাগে জানিবলৈ দিয়ে।

এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত গ্ৰাহকক ‘সু-স্বাদু’ ব্যঞ্জনৰ যোগান ধৰি অহা হেতুকে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে বৃহস্পতিবাৰে হোটেলৰ মালিক দিলীপ পদ্দাৰলৈ এক জাননী জাৰি কৰি শুকুৰবাৰৰ পৰা এসপ্তাহৰ বাবে হোটেলখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd