• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ অডিশ্যন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2019 11:15 am

1 min read

Indian-Idol-11-Auditions-2019

প্ৰতিনিধিত্বমূলক চিত্ৰ

2k
VIEWS
Share on FacebookShare on Twitter

ছ’নি টেলিভিছনৰ সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ ১১ সংখ্যক সংস্কৰণৰ অডিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৪ আগষ্টত গুৱাহাটী নেৰিম গ্ৰুপ অব ইনষ্টিটিউটত ইয়াৰ অডিশ্যন অনুষ্ঠিত হ’ব।

সংগীতৰ ক্ষেত্ৰখনত ১৫ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰতিভাশালী যুৱ প্ৰজন্মক এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ছ’নি এণ্টাৰটেইনমেণ্ট টেলিভিছনে এই ৰিয়েলিটি শ্ব’টো অনুষ্ঠিত কৰি আহিছে।

অডিশ্যন সম্পৰ্কে ছ’নিৰ শীৰ্ষ বিষয়া আশিস গোলৱালকাৰে কয় যে সংগীতৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব খোজা প্ৰতিভাসম্পন্ন অসমৰ যুৱ প্ৰজন্মক উপযুক্ত মঞ্চ প্ৰদানৰ প্ৰয়াসেৰে গুৱাহাটীত অডিশ্যন অনুষ্ঠিত কৰা হৈছে।

অহা ৪ আগষ্টত গুৱাহাটী নেৰিম গ্ৰুপ অব ইনষ্টিটিউটত ৰাতিপুৱা ৮ বজাৰ পৰা অডিশ্যন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ উপৰি ভুবনেশ্বৰ, কলকাতা, ডেৰাডুন, চণ্ডীগড়, লক্ষ্ণৌ, ইন্দোৰ আৰু নাগপুৰৰ দৰে চহৰতো ইয়াৰ অডিশ্যন আয়োজন কৰা হৈছে বুলি ছ’নি টিভিৰ ফালৰ পৰা জানিবলৈ দিয়ে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd