• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত নাৰ্চৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2021 5:46 pm

1 min read

ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত নাৰ্চৰ মৃত্যু
299
VIEWS
Share on FacebookShare on Twitter

ফাইজাৰৰ কোভিড-১৯ ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত এগৰাকী নাৰ্চৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

চোনিয়া চিভেদো নামৰ ৪১ বছৰীয়া নাৰ্চ গৰাকীয়ে ৩০ ডিচেম্বৰত ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰিছিল আৰু ১ জানুৱাৰিত তেওঁৰ মৃত্যু হয়।

চোনিয়াৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে পৰ্টুগালত ৰাইজৰ মাজত ফাইজাৰৰ কোভিড ভেকচিনৰ সুৰক্ষা আৰু বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নবোধৰ সৃষ্টি হৈছে।

পৰ্টুগালৰ পোৰ্টোত থকা ইষ্টিটিউট অফ অনকোলোজিত চোনিয়াই নাৰ্চ হিচাপে কৰ্মৰত আছিল।

চোনিয়াৰ পিতৃ আলিবো চিভোদোৱে জীয়ৰীৰ আকস্মিক মৃত্যুৰ হতভম্ব হৈ ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।

‘‘তেওঁ সাধাৰণ অৱস্থাতে আছিল আৰু কোনোধৰণৰ হৃদৰোগজনিত সমস্যাত ভূগি থকা নাছিল,’’ চোনিয়াৰ পিতৃয়ে এইদৰে সদৰী কৰে।

‘‘কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো চোনিয়াৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল। মই নাজানো কি হ’ল হঠাৎ। মই কি কাৰণে মোৰ জীয়ৰীৰ মৃত্যু হ’ল জানিব বিচাৰো,’’ নাৰ্চ গৰাকীৰ পিতৃয়ে ক্ষোভ আৰু দুখ ব্যক্ত কৰি এইদৰে কয়।

উল্লেখযোগ্য যে, আমেৰিকান ঔষধ নিৰ্মাতা সংস্থা ফাইজাৰে তেওঁলোকৰ কোভিড-১৯ ভেকচিন ৯৫ শতাংশ কাৰ্য্যক্ষম বুলি উল্লেখ কৰাৰ লগতে কোনোধৰণৰ পাৰ্শ্চক্ৰিয়াহীন বুলিও কৈছিল।

ফাইজাৰে বায়োটেকৰ সহযোগত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

মাত্ৰ ১০ মাহৰ ভিতৰতে ফাইজাৰে কোভিড ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd