DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ দিনাই প্লাষ্টিকমুক্ত গাঁও গঢ়াৰ সংকল্প পুৰণিগুদামৰ এখন গাঁৱৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
January 26, 2020 8:41 pm
VideoCapture_20200126-141415

ফটো ন নৰ্থ-ইষ্ট নাও

859
VIEWS
Share on FacebookShare on Twitter

অত্যাধিক প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশৰ প্ৰতি ব্যাপক ভাবুকি অনাৰ সময়তে প্লাষ্টিক মুক্ত গাঁও গঢ়াৰ লক্ষ্যৰে আগবাঢ়িছে এখন বিশেষ গাঁও।

গণতন্ত্ৰ দিৱসৰ দিনাই চৰ্চালৈ অহা এই বিশেষ গাঁওখন হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী পোটনী গাঁও। গাঁওখনত এতিয়া আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে একাংশ নীলা ৰঙৰ ডাষ্টবিন।

গাঁওখনত সোমালেই দেখিবলৈ পোৱা যায় এই বিশেষ ডাষ্টবিন সমূহ। এখন পৰিস্কাৰ আৰু প্লাষ্টিক মুক্ত গাঁও গঢ়াৰ লক্ষ্যৰে স্থাপন কৰা হৈছে এই বিশেষ ডাষ্টবিন সমূহ।

আনহাতে গ্ৰামাঞ্চলৰ ৰাইজে বুজিব পৰাকৈ পোটনী গাঁৱৰ এটা বিশেষ স্থানত খোদিত কৰিছে ভাৰতীয় সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ অংশ।

অঞ্চলটোৰ কাষৰীয়া গাঁও সমূহৰ বাবে আৰ্দশ হৈ পৰা পোটনী গাঁৱত নিষিদ্ধ কৰা হৈছে প্লাষ্টিকৰ সামগ্ৰী। প্লাষ্টিকে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আনিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহন কৰিছে এই বিশেষ পদক্ষেপ।

উল্লেখ্য যে, গণতন্ত্ৰ দিৱসৰ পুৱাই পতাকা উত্তোলন কৰাৰ পাছতেই পোটনী গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চাফাই অভিযানৰ কাৰ্যসূচীও গ্ৰহণ কৰে।

Recent News

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd