• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিপিই কিট পিন্ধি ভিক্ষাবৃত্তিত নামিল এগৰাকী মহিলা স্বাস্থ্যকৰ্মী, কিয় এনে কৰিলে তেওঁ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 3:50 pm
a ppe
283
VIEWS
Share on FacebookShare on Twitter

পিপিই কিট পৰিধান কৰি ৰোগীৰ পৰিচৰ্যা কৰাৰ সলনি হাতত ভিক্ষাৰ পাত্ৰলৈ ৰাজপথত ভিক্ষা মাগিবলৈ আৰম্ভ কৰিলে এগৰাকী স্বাস্থ্যৰ্মীয়ে।

স্বাস্থ্যকৰ্মীগৰাকীৰ এনে কাণ্ডই এতিয়া হতভম্ব কৰি তুলিছে বহুতকে।

পিপিই কিট পিন্ধি ভিক্ষা মগা এইগৰাকী স্বাস্থ্যকৰ্মীৰ নাম অশ্বিনী পাড়ি। ওড়িশাৰ ভদ্ৰক জিলাৰ চৰম্পা নামৰ ঠাই খনৰ বাসিন্দা এইগৰাকী স্বাস্থ্যকৰ্মীয়ে সৌসিদিনালৈ নিজৰ জীৱন বিপন্ন কৰি হ’লেও ক’ৰ’ণা ৰোগীৰ পৰিচৰ্যা কৰিছিল।

কিন্তু দেশৰ আন ৰাজ্যৰ লগতে ওড়িশাতো ক’ৰ’ণাৰ সংহাৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছতে ঘোৰ অমানিশা নামি আহিছে স্বাস্থ্যকৰ্মী অশ্বিনীৰ জীৱনলৈ।

ক’ৰ’ণা নিয়ন্ত্ৰণলৈ অহাৰ পিছতে ওড়িশাৰ চৰকাৰে ক’ৰ’ণাতংকৰ সময়ত নিয়োগ কৰা বহু স্বাস্থ্য কৰ্মীক কামৰ পৰা অব্যাহতি দিছে। ফলত কৰ্মহীন হৈ পৰিছে বহু স্বাস্থ্যকৰ্মী।

এনে পৰিস্থিতিত চৰকাৰৰ পদক্ষেপৰ  বিৰুদ্ধে প্ৰতিকী প্ৰতিবাদ সাৱস্ত্য কৰাৰ উদ্দেশ্যেই স্বাস্থ্যকৰ্মী অশ্বিনীয়ে পিপিই কিট পৰিধান কৰি হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথত ভিক্ষা মাগিছে।

অশ্বিনী পাড়িৰ এনে অভিনৱ প্ৰতিবাদে এতিয়া দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স্বাস্থ্যকৰ্মীগৰাকীয়ে পিপিই কিট পিন্ধি ভিক্ষা মগাৰ ছবি এতিয়া ভাইৰেল হৈ পৰাত শলঠেকত পৰিছে ওড়িশাৰ নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰ।

অশ্বিনীৰ প্ৰতিবাদক চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়া সময়ত স্পষ্ট হ’ব। ইপিনে ওড়িশা চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ক’ৰ’ণাতংকৰ সময়ত বহু কৰ্মীক চুক্তি ভিত্তিত নিযুক্তি দিয়া হৈছিল।

চুক্তি শেষ হোৱাত বহু স্বাস্থ্যকৰ্মীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। চৰকাৰৰ ৰাজকোষ টনকিয়াল হ’লে পুনৰ তেওঁলোক নিয়োগ কৰা হ’ব বুলি তেওঁ কয়।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd