• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বাবে কৰা ত্যাগৰ স্বীকৃতি : প্ৰদীপ ভূঞা আৰু বন্তি ভূঞালৈ এইবাৰৰ ‘লাচিত বঁটা’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 7, 2018 7:13 pm

1 min read

এন আৰ চি উন্নীতকৰণৰ সফলতাৰ আঁৰৰ ব্যক্তিজন
236
VIEWS
Share on FacebookShare on Twitter

নিজৰ জীৱনজোৰা কষ্টৰ বিনিময়ত আৰ্জিত বৃহৎ অংকৰ ধন জাতীয় স্বাৰ্থৰ হকে হেলাৰঙে খৰচ কৰি জাতীয় দলিলস্বৰূপ এন আৰ চিৰ বাট মোকলোৱা প্ৰদীপ ভূঞা আৰু বন্তি ভূঞালৈ ২০১৮ বৰ্ষৰ ‘লাচিত বঁটা’ আগ বঢ়োৱা হৈছে। এই কথা তাই আহোম যুৱ পৰিষদৰ এখন বিজ্ঞপ্তিত প্ৰকাশ।

উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই তাই আহোম যুৱ পৰিষদে বীৰ লাচিত বঁটা প্ৰদান কৰি আহিছে। প্ৰথমবছৰ এই বঁটা দিয়া হৈছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাক। তাৰ পিছত ২০১৩ চনত মৰণোত্তৰভাৱে কাৰ্গিলৰ চহিদ জিন্তু গগৈক, ২০১৫ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱা, ২০১৬ চনত পণ্ডিত হীৰেন গোহাঁই আৰু ২০১৭ চনত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক এই বঁটা দিয়া হৈছিল।

ভূঞা দম্পতীক অহা ২৪ নৱেম্বৰত লাচিত দিৱসৰ কাৰ্য্যসূচীত বঁটা প্ৰদান কৰিব সংগঠনটোৱে।

উল্লেখযোগ্য যে ভূঞা দম্পত্তীয়ে তেওঁলোকৰ কষ্টোপাৰ্জিত প্ৰায় ৭০ লাখ টকা এন আৰ চি উন্নীতকৰণৰ সপক্ষে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ চলোৱাৰ খৰচ হিচাপে দান দিছিল অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোক।

তাই আহোম যুৱ পৰিষদৰ বিজ্ঞপ্তিটোত এই কামক জাতিৰ প্ৰতি ত্যাগ হিচাপে অভিহিত কৰা হৈছে।

ভূঞা দম্পত্তী গুৱাহাটী ফেকাল্টী স্কুলৰ প্ৰতিষ্ঠাপক।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd