• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ফোঁপোলা ভেম ত্যাগ কৰি সংযুক্ত আৰব এমিৰে’টৰ দান গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক পৰামৰ্শ প্ৰকাশ কাৰাটৰ

পিনাকী দাস by পিনাকী দাস
August 25, 2018 9:24 am
vlcsnap-2018-08-25-00h33m14s57
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুপাৰ পাৱাৰ ৰাষ্ট্ৰৰ ফোঁপোলা ভেম ত্যাগ কৰি সংযুক্ত আৰব এমিৰে’টৰ দান গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক পৰামৰ্শ দিছে চিপিআইএমৰ নেতা প্ৰকাশ কাৰাটে। চিপিআইএমৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাটে আৰব ৰাষ্ট্ৰখনে কেৰালাৰ বানাক্ৰান্ত জনসাধাৰণৰ সাহায্যৰ বাবে দান কৰা ধনখিনি গ্ৰহণ কৰি তাৰে ৰাজ্যখনৰ জনসাধাৰণক সহায় কৰাৰ বাবে প্ৰকাশ কাৰাটে চৰকাৰক আহ্বান জনাই এইদৰে কয়।

উল্লেখ্য যে বানাক্ৰান্ত কেৰালালৈ অলপতে সংযুক্ত আৰব এমিৰে’টৰ তৰফৰ পৰা আগবঢ়োৱা ৭০০ কোটি টকাৰ দান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰ চৰকাৰে।

Apply Now

চিপিআইএমৰ পলিটব্যুৰো সদস্যগৰাকীয়ে শুকুৰবাৰে আগৰতলাৰ চিপিএমৰ কাৰ্যালয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে, ‘‘ভাৰতে নিজকে এখন ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ বুলি ভেম দেখুৱাব নালাগে। আজি কেৰালাৰ জনসাধাৰণক সকলো ফালৰ পৰা সাহায্যৰ প্ৰয়োজন হৈ পৰিছে। কেন্দ্ৰ চৰকাৰলৈ আমাৰ আৱেদন হৈছে এই যে ফোঁপোলা ভেম নেদেখুৱাই কেৰালাৰ ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰি এই বিষয়ত প্ৰয়জনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।’’

কাৰাটৰ মতে সংযুক্ত আৰব এমিৰে’টৰ অৰ্থনৈতিক ভেটি মজবুট কৰাত হাত উজান দিয়া কৰ্মশক্তিৰ অধিকাংশই হৈছে ভাৰতীয় লোক আৰু সেইসকলৰ ৮০ শতাংশই হৈছে কেৰালাৰ নাগৰিক। গতিকে কেৰালাৰ এই দুৰ্দিনত   সংযুক্ত আৰব এমিৰে’টৰ ফালৰ পৰা এইটো এটা স্বাভাৱিক পদক্ষেপ। কিন্তু ভাৰত চৰকাৰে এয়া অস্বীকাৰ কৰিছে।

মোদী চৰকাৰক অৰ্থনৈতিক দিশত অপশাসন চলোৱা বুলি দোষাৰোপ কৰি কাৰাটে কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনত কৃষক, দলিত আৰু  নিবনুৱাসকল অধিক ক্ষতিগ্ৰস্ত হৈছে।

কাৰাটে আৰু কৈছে, ‘‘ মজদুৰ কিষান সংঘৰ্ষ ৰে’লী’য়ে ভৱিষ্যতে ভাৰতৰ খাটি-খোৱা জনসাধাৰণৰ সংগ্ৰামক নতুন ৰূপত তুলি ধৰিব।’’

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd