• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধ্বনি ভোটত বিজয়ী প্ৰমোদ বড়োৰ বিটিচিৰ পৰিষদ : উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি বিপিএফৰ পাৰিষদৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 1:00 pm

1 min read

index.jpgx
430
VIEWS
Share on FacebookShare on Twitter

অৱেশষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল বিটিচিত। বিটিচিৰ পূৰ্বৰ চীফ হাগ্ৰামাৰ মহিলাৰীৰ পুনৰ বিটিচিৰ পৰিষদ গঠনৰ স্বপ্নও ওৰ পৰিল আজি।

প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএল-বিজেপি-জিএছপিৰ বিটিচিৰ পৰিষদে আজি অনুষ্ঠিত আস্থা ভোটত বিজয়ী হৈছে। ইয়াৰ লগে লগে প্ৰমোদ বড়োৰ বিটিচি পৰিষদৰ ন্যায়িক বাধাৰো অৱসান ঘটে।

উল্লেখ্য যে বিপিএফৰ এক আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰমোদ বড়োৰ বিটিচি পৰিষদক আস্থা ভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছিল।

আজি অনুষ্ঠিত বিটিচি পৰিদষদীয় অধিৱেশনত প্ৰমোদ বড়োৱে ধ্বনি ভোটত বিজয় সাৱস্ত্য কৰাৰ পূৰ্বে বিপিএফে সদনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। যাৰ ফলত সদন ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

বিপিএফে বেলট পেপাৰত আস্থা ভোটৰ দাবী কৰিছিল যদিও অধ্যক্ষই সেই দাবী নস্যাৎ কৰি ধ্বনি ভোটৰ আহ্বান কৰে। আৰু ধ্বনি ভোটত প্ৰমোদ বড়োৰ বিটিচি পৰিষদে বিজয়ী হোৱা বুলি অধ্যক্ষই ঘোষণা কৰে।

ইয়াৰ পিছতে বিপিএফৰ পাৰিষদসকলে সদনৰ পৰিৱেশ পুনৰ উত্তপ্ত কৰি তোলে।

ইফালে বিটিচিৰ চীফ প্ৰমোদ বড়োৱে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বিপিএফৰ সদস্যসকলে অধ্যক্ষৰ মাইকৰ ফোনটো ভাঙি দিয়া বুলি দাবী কৰিছে।

আনহাতে আজি কাটিৰাম বড়োক বিটিচি সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd