• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত হিমন্ত বিশ্ব শৰ্মা বা অন্য মন্ত্ৰী-বিধায়ক আহিলেও একো কামত নাহে

প্ৰমোদ বড়োৰ নেতৃত্বত য়ুপিপিএল দলেই বিটিচিত চৰকাৰ গঠন কৰিব : সুশীল দাস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 24, 2020 8:30 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক-অৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি কৰিছে।

সোমবাৰে বিয়লি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ হস্তীনাপুৰত সমষ্টি ভিত্তিক য়ুপিপিএল দলৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে নাগ্ৰীজুলি ব্লক য়ুপিপিএলৰ সভাপতি হৰি গৌতমৰ পৌৰাহিত্যত এখন সভা অনুষ্ঠিত হয়।

Apply Now

সভাত অংশ গ্ৰহণ কৰি ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ য়ুপিপিএল দলৰ প্ৰাৰ্থী সুশীল দাসে বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে বিটিচিত ড০ হিমন্ত বিশ্ব শৰ্মা বা অন্য মন্ত্ৰী বিধায়ক আহিলেও একো কামত নাহে।

মন্ত্ৰী হিমন্তক সমালোচনা কৰি দাসে কয়, ‘ইমান দিনে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা কিয় দেখা নাছিল আৰু নিৰ্বাচনৰ আগতেহে কিয় দুৰ্নীতি দেখা পালে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰাৰ্থী গৰাকীয়ে।

ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্তক সমালোচনা কৰি তেওঁ কয়, ‘বিজেপি দলে মূল্য বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দি আহিছে। কংগ্ৰেছ চৰকাৰৰ দিনত পিয়াঁজৰ মূল্য বৃদ্ধি হওঁতে বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে গলত পিয়াঁজৰ মালা লৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছিল’।

কিন্তু আজি বিজেপিৰ শাসন কালত পিয়াঁজ, অত্যাৱশ্যকীয় সামগ্ৰী, গেছ ছিলিণ্ডাৰৰ মূল্য কিয় বৃদ্ধি পালে বুলি সুশীল দাসে প্ৰশ্ন উত্থাপন কৰে।

পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি দলক সমালোচনা কৰি সুশীল দাসে পুনৰ কয় যে লকডাউনৰ সময়ত ৰাইজক বিজেপি চৰকাৰে বেংক একাউন্টত মাত্ৰ পাঁচশ টকা দি প্ৰতাৰণা কৰাৰ বিপৰীতে এই জটিল সময়ছোৱাত বিদেশত পোন্ধৰশ টকাৰ পৰা দুই হাজাৰ টকালৈকে একাউন্টত দিছে।  বিজেপি দলে নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰিলে।

বিজেপি দলৰ প্ৰতাৰণাৰ ৰাজনীতিৰ কথা এইবাৰ ৰাইজে বুজি পোৱা বুলি উল্লেখ কৰি পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ বিটিচিবাসী ৰাইজে প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুপিপিএল দলৰ মনোনীত প্ৰাৰ্থীক ভোট দিব লাগে।

২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসক কঠোৰ ভাষাৰে সমালোচনা কৰি সুশীল দাসে কয়, ‘ধৰ্মনাৰায়ন নামতহে বিজেপি। তেওঁ কামৰ বিজেপি নহয়। বিগত পাঁচটা বছৰত ধৰ্মনাৰায়ন দাসে বিজেপি দলৰ এমচিএলএ হৈ ৰাইজৰ বাবে একো কৰিব নোৱাৰিলে আৰু সেয়ে এইবাৰ নাগ্ৰীজুলি সমষ্টিৰ ৰাইজে ধৰ্মনাৰায়ন দাসক প্ৰত্যাখ্যান কৰিছে আৰু এইবাৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত য়ুপিপিএলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত’।

সোমবাৰৰ সভাতেই কৃষ্ণ টিকাদাৰক সভাপতি, ইষ্টিফেন হেম্বৰমক সম্পাদক হিচাপে আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সামৰি বিভিন্ন পদবীত অধিষ্ঠিত কৰি শক্তিশালী ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টি ভিত্তিক এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়।

এই সভাত য়ুপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা মিৰ্জান আলী, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মজিব আলি, কেশৱ মল্লিক, য়ুপিপিএলৰ নেতা ৰিলন মুছাহাৰীসহ ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd