• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি জন্মস্থান শিৱসাগৰৰ মৰাণ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে প্ৰণৱ গগৈৰ শেষকৃত্য

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 5, 2020 11:05 am
Pranab Gogoi

প্ৰণৱ গগৈ লৈ শিৱসাগৰত শ্ৰদ্ধাঞ্জলি

1.5k
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ নশ্বৰ দেহ ৪ ফেব্ৰুৱাৰিত সন্ধিয়া গুৱাহাটীৰ পৰা শিৱসাগৰ চহৰৰ ৰেডক্ৰচ ৰোডস্থিত নিজ বাসগৃহত উপস্থিত হয়।

জেষ্ঠ ৰাজনীতিবিদ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে প্ৰয়াত গগৈৰ বাসগৃহত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুৱৰী, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাইও শ্ৰদ্ধাঞ্জলি জনায় বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক।

আজি ৰাতিপুৱা ৮ বজাত শিৱসাগৰৰ ৰাজীৱ ভৱনত প্ৰণৱ কুমাৰ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আদালত চৌহদত উকীল সন্থাই সন্থাৰ প্ৰাক্তন সভাপতি জনক শেষ শ্ৰদ্ধা নিবেদন কৰিব।

ইয়াৰ পিছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত প্ৰয়াত গগৈৰ পৈতৃক গাওঁ কুঁজিবালি হাঁহচৰাৰ জাঠিপতিয়া (মৰাণ গাঁও) গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

শিৱসাগৰ জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াই জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হ’ব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন বিধানসভা অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ।

ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd