• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ ভুলৰ বাবে ৰাষ্ট্ৰীয় হকী শিবিৰত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’ল খেলুৱৈ প্ৰসেনজিৎ দেৱ?

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
February 17, 2022 11:31 am
154
VIEWS
Share on FacebookShare on Twitter

কাৰ ভুলৰ বাবে বঞ্চিত হকী খেলুৱৈ প্ৰসেনজিৎ দেৱ? অসমৰ জুনিয়ৰ হকী খেলুৱৈ প্রসেনজিৎ দেৱক জুনিয়ৰ ৰাষ্ট্ৰীয় হকী শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল।কিন্তু যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰৰ কথা ১১ ফেব্ৰুৱাৰীতহে গম পায় খেলুৱৈজনে ।

ফলত আৰ্থিক অসুবিধাৰ বাবেই যাব নোৱাৰিলে খেলুৱৈজন।উল্লেখ্য যে শিবিৰটো যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ বেংগালুৰুত থকা নেছনেল চেণ্টাৰ অৱ এক্সিলেন্সত জুনিয়ৰ পুৰুষ টপছ শাখাত অনুষ্ঠিত হৈছে ।

উক্ত শিবিৰত ১৩ ফেব্ৰুৱাৰীত উপস্থিত হৈ প্ৰশিক্ষক বি জে কেৰীয়াপ্পাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল বেংগালুৰু ছাইৰ ভাৰপ্ৰাপ্ত সঞ্চালকে।

এই কথা টেলিফোন যোগে খেলুৱৈজনক জনাই অসম হকী সন্থাৰ সম্পাদক তপন দাসে ।লগতে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা প্ৰসেনজিতেই প্ৰথমগৰাকী অসমৰ পুৰুষ হকী খেলুৱৈ বুলি দাসে মন্তব্য কৰে ।

এই জুনিয়ৰ ৰাষ্ট্ৰীয় হকী শিবিৰলৈ আমন্ত্ৰিত মুঠ ৬৫ গৰাকী খেলুৱৈৰ মাজৰ পৰা ৩৭ গৰাকীক ৰাখি বাকীসকলক যাবলৈ দিয়া হ’ব । আমন্ত্ৰিত সকলো খেলুৱৈকে জন্মৰ প্ৰমাণপত্ৰ আৰু পাছপৰ্টৰ লগতে বেংকৰ নথিপত্ৰ নিবলৈ কোৱা হৈছে ।

কিন্তু ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা সত্বেও এতিয়া পাছপ’ৰ্ট নথকাত ৰাষ্ট্ৰীয় জুনিয়ৰ হকীৰ অনুশীলনৰ শিবিৰত ভাগ ল’ব নোৱাৰিলে খেলুৱৈ গৰাকীয়ে । এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে প্ৰতিভাৱান খেলুৱৈ গৰাকী বঞ্চিত হ’বলগা হ’ল?

কিয় আগতীয়াকৈ জনোৱা নহ’ল খেলুৱৈগৰাকীক।?কিয় প্ৰশিক্ষণ শিবিৰলৈ নিমন্ত্ৰণী পত্ৰ দিয়াৰ পাছতো খেলুৱৈগৰাকীয়ে লাভ কৰিবলৈ সক্ষম নহ’ল সেই পত্ৰ? অসম হকী সন্থাৰ বিষয়ববীয়াৰ অমনযোগিতাৰ ফল ভোগ কৰা নাইতো খেলুৱৈগৰাকীয়ে?

এনেবোৰ প্ৰশ্নই এতিয়া ক্ৰিয়া কৰিছে সচেতন মহলৰ মনত।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd