• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আশাহত কংগ্ৰেছ: কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ অগ্ৰাহ্য প্ৰশান্ত কিশোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 8:50 pm
Prashant Kishor not to join Congress
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কিছুদিন ধৰি চলি অহা তীব্ৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আজি দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলে আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰি কংগ্ৰেছত যোগদান নকৰে বুলি ঘোষণা কৰিছে।

কংগ্ৰেছে প্ৰশান্ত কিশোৰক দলৰ “ক্ষমতাপ্ৰাপ্ত কাৰ্যকৰী গোট”ত যোগদানৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও কিশোৰে এই প্ৰস্তাৱ অস্বীকাৰ কৰি কয় যে কংগ্ৰেছ দলক নেতৃত্বৰ লগতে গভীৰ গাঁথনিগত সমস্যা সমাধানৰ বাবে সামূহিক ইচ্ছাৰ প্ৰয়োজন।

Apply Now

প্ৰতিবেদন অনুসৰি কংগ্ৰেছে প্ৰশান্ত কিশোৰক মুক্তভাৱে কাম কৰাৰ ক্ষেত্ৰত সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল আৰু সেয়ে কিশোৰে কংগ্ৰেছত যোগদান নকৰাৰ সিদ্ধান্ত লয়।

কংগ্ৰেছে আভ্যন্তৰীণভাৱে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে নতুন মুখ আৰু পৰিৱৰ্তনশীল ৰণনীতিৰ প্ৰয়োজন বুলি স্বীকাৰ কৰিলেও কিশোৰক স্বতন্ত্ৰভাৱে কাম কৰাৰ পৰিৱেশ দিবলৈ অস্বীকাৰ কৰে।

কংগ্ৰেছৰ প্ৰস্তাৱ অস্বীকাৰ কৰি প্ৰশান্ত কিশোৰে টুইটাৰত লিখিছে, “মই EAG ৰ অংশ হিচাপে দলটোত যোগদান কৰিবলৈ আৰু নিৰ্বাচনৰ দায়িত্ব ল’বলৈ কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰিছো।”

তেওঁ লগতে কয়, “মোৰ ধাৰণা অনুসৰি, পৰিৱৰ্তনশীল সংস্কাৰৰ জৰিয়তে গভীৰ ভাৱে গঢ় লৈ উঠা গাঁথনিগত সমস্যাবোৰ সমাধান কৰিবলৈ দলটোক নেতৃত্ব আৰু সামূহিক ইচ্ছাৰ প্ৰয়োজন।”

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সুৰজেৱালাই আন এটা টুইটত কয়, “প্ৰশান্ত কিশোৰৰ সৈতে আলোচনাৰ পিছত কংগ্ৰেছ সভাপতিয়ে এটা ক্ষমতাপ্ৰাপ্ত কাৰ্যকৰী গোট ২০২৪ গঠন কৰিছে আৰু তেওঁক নিৰ্ধাৰিত দায়িত্বৰ সৈতে গোটটোৰ অংশ হিচাপে দলটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। অৱশ্যে এই প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিলে। আমি তেওঁৰ প্ৰচেষ্টা আৰু দলক দিয়া পৰামৰ্শক প্ৰশংসা কৰিছো।”

উল্লেখ্য যে যোৱা কিছুদিন ধৰি কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰশান্ত কিশোৰৰ মাজত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকসমূহক কেন্দ্ৰ কৰিছে কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি নিশ্চিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd