• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 6, 2022 7:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধীৰ বাবে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকা আঁসোৱাহপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে৷

এইক্ষেত্ৰত আদালতৰ দ্বাৰস্থ হোৱা বুলি একাংশই অপপ্ৰচাৰ চলোৱা কথা পোনচাতেই নাকচ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে৷

Apply Now

আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে প্ৰতিবন্ধী সকলৰ চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ কিছু ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত অপপ্ৰচাৰত লিপ্ত হৈ প্ৰতিবন্ধী লোকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

এনে ব্যক্তিক অনাগত দিনত অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সংগঠনটোৰ নেতৃবৃন্দই সকিয়াই দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অনাগত দিনত আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে৷

মালাকাৰে লগতে কয় “প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ লগতে ইয়াৰ সহযোগী সংগঠন মধ্য অসম প্ৰতিবন্ধী সংস্হা, দৃষ্টিহীন পৰিষদ অসম আৰু সদৌ বিটিএডি প্ৰতিবন্ধী সংস্হায়ো এতিয়ালৈ উচ্চ ন্যায়ালয়ৰ ওচৰ চপা নাই৷ বৰঞ্চ সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা হোৱাটোতহে নজৰ ৰাখিছে৷ আনকি আজিৰ সংবাদমেলৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷”

তেওঁ লগতে কয় “ইতিমধ্যে প্ৰকাশিত তালিকাত সৰ্বস্ব ৯নম্বৰৰ ভিতৰত ১০ৰ পৰা ১৪লৈ লাভ কৰা প্ৰায় ৩০তকৈ অধিক ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে৷ আনকি প্ৰায় ৭০০গৰাকী ব্যক্তিয়ে দশমিকৰ ঘৰত নম্বৰ লাভ কৰা বিসংগতিও তালিকা খনত স্পষ্টভাৱে ওলাই পৰিছে৷ ফলাফলত দৃষ্টিহীন, মুকবধিৰ ব্যক্তি সকলৰ নামো অস্হি প্ৰতিবন্ধকতাৰ বিভাগত অন্তৰ্ভুক্ত হোৱাটো তালিকাখনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷ সেয়েহে সমগ্ৰ আঁসোৱাহ সমুহ আতৰ কৰি এক স্বচ্ছ আৰু নিকা প্ৰদ্ধতিত ফলাফলৰ তালিকা প্ৰকাশ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছো৷”

আজিৰ সংবাদমেলতে ৰাজ্য চৰকাৰে নিযুক্তি দিব ওলোৱা ২৬হাজাৰ পদৰ প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত ১০৫৪টা পদ পূৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷

আজিৰ সংবাদ মেলত উপস্থিত থাকে দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱা, মধ্য অসম প্ৰতিবন্ধী সংস্হাৰ সভাপতি টংকেশ্বৰ বৰা, সদৌ বিটিএডি প্ৰতিবন্ধী সংস্হাৰ বিষয়ববীয়াৰ লগতে সংগঠন কেইটাৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd