• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাইকা-দধিয়াবাসীৰ পুনৰ্সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰা গৰ্ভৱতী মহিলাৰ হাস্পাতলত মৃত্যু

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 8, 2021 12:20 pm
pregnant-woman-1024x512

তিনিচুকীয়াৰ প্ৰতিবাদস্থলীৰ এটি দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাইকা-দধিয়া বনাঞ্চল গাঁওৰ ১৪৮০টা পৰিয়ালৰ পুনৰ্সংস্থাপনৰ দাবীত চলি থকা প্ৰতিবাদত অংশ লোৱা কুষ্মিতা মৰাং (২৪) নামৰ মহিলাগৰাকীৰ শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলত মৃত্যু ঘটিছে।

কুষ্মিতা গৰ্ভৱতী আছিল আৰু তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত তিনিচুকীয়াৰ অস্থায়ী শিৱিৰত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত এক সংকটজনক অৱস্থাত তিনিদিন পূৰ্বে তেওঁক এএমচিএইচলৈ লৈ যোৱা হৈছিল।

Apply Now

কুষ্মিতা মৰাং দধিয়া কুলিগাওঁৰ বিষ্ণু মৰাঙৰ পত্নী আছিল।

প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে জিলা প্ৰশাসনক হেচা দিয়াৰ উদ্দেশ্যে তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ  ওচৰৰ লেজাইহোলা বৰগুৰিত সাহায্য শিৱিৰ স্থাপন কৰিছে।

ৰাধিকা চুংৰাং নামৰ এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়,’’কুষ্মিতা যোৱা কেইবাদিনো ধৰি আমাৰ সৈতে শিৱিৰত আছিল। তেওঁ গৰ্ভৱতী আছিল আৰু হঠাতে শিৱিৰতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক তিনিচুকীয়া অসমাৰিক হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক ডিব্ৰুগড়ৰ এএমচিএইচলৈ প্ৰেৰণ কৰে। এমচিএইচত ভৰ্তি কৰাৰ সময়ত তেওঁৰ নাকেৰে তেজ ওলাই আহিছিল।‘’

তেওঁ লগতে কয়,’’আমাৰ দাবীসমূহ পূৰণ নোহোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। অহা ৩১জানুৱাৰিৰ ভিতৰত চৰকাৰে যদি আমাক পুনৰ্সংস্থাপন দিব নোৱাৰে, তেতিয়াহ’লে আমি আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছো।‘’

ইয়াৰ পূৰ্বে ঘৰলৈ উভতি অহাৰ পাছত আন এগৰাকী প্ৰতিবাদকাৰী মহিলা ৰেৱতী পাও(৫৫)ৰ মৃত্যু হৈছিল।

১৯৫০ চনৰ ভয়ংকৰ ভূমিকম্পৰ পাছত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত গাঁও দুখনত এই পৰিয়ালসমূহে বাস কৰি আহিছে।

খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ গাওঁবাসীৰ বেছিভাগ লোকেই ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ পৰা অহা আৰু তেওঁলোকে গাওঁ দুখনত বিগত ৭০বছৰ ধৰি বসবাস কৰি আহিছে।

আনহাতে, ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২ৰ মতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো মানুহৰ বসতি নিষিদ্ধ আৰু গাওঁ দুখনত কোনো উন্নয়নৰ কাম কৰা হোৱা নাই।

অলপতে, যোৱা ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাইকা-দধিয়াবাসীৰ এটা সন্তোষজনক তথা স্থায়ী সমাধান বিচাৰি উলিওৱাৰ বাবে এখন সমিতি গঠন কৰিছে। মুখ্যমন্ত্ৰীয়ে পৰিৱেশ আৰু বন তথা ৰাজহ বিভাগক এই পৰিয়ালসমূহক অহা ৩১জানুৱাৰিৰ ভিতৰত স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd