• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ সহায়ত ১৮ কোটি টকাৰ ঋণ ৰেহাই লাভ কৰিছিল প্ৰীতি জিন্টাই! গুৰুতৰ অভিযোগ কংগ্ৰেছৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2025 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দীঘলীয়া আৰু সফল অভিনয় কেৰিয়াৰৰ গৰাকী প্ৰীতি জিন্টা। বৰ্তমান আই পি এল দল পঞ্জাব কিংছৰ স্বতাধিতাৰ।

কিন্তু ১৮ কোটি টকাৰ ঋণ ৰেহাইৰ বাবে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰীতি জিন্টাই। কেৰালা কংগ্ৰেছে অভিযোগ কৰিছে যে বেংকে অভিনেত্ৰীগৰাকীৰ সকলো ঋণ ৰেহাই দিছে।

Apply Now

ইয়াৰ উত্তৰত প্ৰীতিয়ে এই কথা অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে তেওঁ নিজৰ উপাৰ্জনেৰে ঋণ পৰিশোধ কৰিছিল।

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিউ ইণ্ডিয়া সমবায় বেংকত নিষেধাজ্ঞা আৰোপ কৰিছে। ১২২ কোটি টকাৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বেংকৰ চিইঅ’ অভিমন্যু ভোজন। তাৰ পিছতে এই গোচৰত প্ৰীতি জিণ্টাৰৰ নাম জড়িত হৈ পৰিছে।

No I operate my social media accounts my self and shame on you for promoting FAKE NEWS ! No one wrote off anything or any loan for me. I’m shocked that a political party or their representative is promoting fake news & indulging in vile gossip & click baits using my name &… https://t.co/cdnEvqnkYx

— Preity G Zinta (@realpreityzinta) February 25, 2025

অভিযোগ উত্থাপন হৈছিল যে সমবায় বেংকৰ পৰা প্ৰীতিয়ে ১৮ কোটি টকাৰ ঋণ লৈছিল। যিটো ঋণ ৰেহাই দিয়া হৈছে।

কেৰেলা কংগ্ৰেছৰ এক্স হেণ্ডেলত এই সম্পৰ্কে প্ৰকাশিত প্ৰতিবেদনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে, “প্ৰীতিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট বিজেপিক গতাই দিছে। বিনিময়ত ১৮ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে।”

অৱশ্যে এইটো সম্পূৰ্ণ মিছা অভিযোগ বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে। মঙলবাৰে তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কেৰালা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

So much misinformation going around but thank god for social media and thank god for X ! All through my career I have seen so many so respected journalists get so many stories completely wrong & never have the decency to correct the story or apologise. I have also gone to court…

— Preity G Zinta (@realpreityzinta) February 25, 2025

অভিনেত্ৰীগৰাকীয়ে লিখিছে, ” মোৰ বিষয়ে বহুত অসত্য বিয়পি পৰিছে।” মোৰ কেৰিয়াৰত বহু সন্মানীয় সাংবাদিকে মিছা বাতৰি প্ৰচাৰ কৰা দেখিছোঁ। ভুলটো শুধৰোৱাৰ কোনো লক্ষণো নাই, ক্ষমাও নাই। এই বিষয়ে আদালতত যুঁজি মই বহুত টকা খৰচ কৰিলোঁ।”

ইয়াৰ উপৰিও কেৰেলা কংগ্ৰেছৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰীতিয়ে লিখিছে, “মই নিজৰ একাউণ্ট নিজেই চলাইছো। ভুৱা বাতৰি দিয়াৰ বাবে লাজ লাগে। মোৰ ঋণ কোনেও মাফ কৰা নাই। ১০ বছৰ পূৰ্বে সম্পূৰ্ণ ঋণ পৰিশোধ কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd