• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুমাৰীকাটাত এবছুৰ ৫১ সংখ্যক অধিবেশনৰ প্ৰস্তুতি : সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ হ’ব জুবিন গাৰ্গ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 29, 2018 7:20 am
IMG_20181228_152623

বাক্সাৰ কুমাৰীকাটাত এবছুৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক বাৰ্ষিক অধিবেশন খনি অহা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অনুষ্ঠিত হ’ব। সমূহ কাৰ্যসূচী পৰিচালনা কৰাৰ অৰ্থে চিনাকান্ত বসুমতাৰীক সভাপতি আৰু বলোৰাম বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ এখন শক্তিশালী আভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

তদুপৰি মঞ্চ, ৰভা, পোহৰ, শব্দ, খাদ্য, স্বাস্থ্য, প্ৰদৰ্শনী, স্মৃতিগ্ৰন্থ আদিকে ধৰি বিভিন্ন বিভাগৰ সুকীয়া সুকীয়াকৈ ২৩ খন উপ সমিতি গঠন কৰি অধিবেশনৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। দিনে নিশাই আভ্যৰ্থনা সমিতিৰ বিষয়-ববীয়া, সদস্য, প্ৰতিখন উপ-সমিতিৰ বিষয়-ববীয়া, সদস্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পাঁচ শতাধিক ৰাইজে কাম কৰি আছে।

Apply Now

আভ্যৰ্থনা সমিতিৰ সভাপতি চিনাকান্ত বসুমতাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে অধিবেশন খনৰ বাবে প্ৰায় এক কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। দুই হাজাৰ বিঘা মাটি-কালিৰে আৱৰা গৌজন ফৌথাৰত এক বিশালকায় ৰভা, মঞ্চ, প্ৰদৰ্শনীথলী, গ্ৰন্থমেলাথলী আদিৰ ব্যৱস্থা কৰা হৈছে।

অতি আকৰ্ষণীয় আৰু ব্যতিক্ৰমী ৰূপত আঢ়ৈ লাখ টকীয়া মুখ্য তোৰণ, এক লাখ টকীয়া পতাকা উত্তোলনথলী আৰু পঞ্চল্লিছ হেজাৰ টকা ব্যয় সাপেক্ষে শ্বহীদ বেদী স্থানীয় কেইবা গৰাকী শিল্পীৰ দ্বাৰা সজাই তোলাৰ কাম পূৰ্ণ গতিত চলাই থকা হৈছে। এই অধিবেশনৰ বাবে পঞ্চাশটা চৌকাৰে ৰান্ধনিশাল নিৰ্মাণ কৰাৰ উপৰিও  প্ৰায় দুই হেজাৰ লোকে একেলগে খাব পৰাকৈ এক বৃহৎ আকাৰৰ ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে।

অভ্যৰ্থনা সমিতিয়ে জনোৱা মতে অধিবেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত অসমৰ নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব  জুবিন গাৰ্গৰ উপৰি সুলেখা বসুমতাৰী, বি. বিগৰাই আদিকে ধৰি কেবা গৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে গীত পৰিবেশন কৰিব।

আনহাতে, অসমৰ উপৰি  অধিবেশনৰ তিনিও দিনতে দিল্লী,  চণ্ডীগড়কে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোট সমূহ আৰু নেপাল, ভূটান আদি বিদেশী ৰাষ্ট্ৰৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব। এই অধিবেশনত কৃষি ক্ষেত্ৰ, শিক্ষা, মহিলা সৱলীকৰণ  আদিক লৈ বিভিন্ন দিশত পৃথকে পৃথকে আলোচনা চক্ৰও অনুষ্ঠিত কৰা হব বুলি অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd