• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংসদৰ যুটীয়া অধিৱেশনৰ ভাষণত ৰাষ্ট্ৰপতি কোবিন্দে ল’লে অসম কেশৰী অম্বিকাগিৰিৰ নাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2021 3:05 pm

1 min read

ambikkaaa
192
VIEWS
Share on FacebookShare on Twitter

সংসদৰ যুটা অভিৱেশনত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দিয়া ভাষণত ঠাই পালে অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ৰ প্ৰসংগই।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ ভাষণৰ মাজতে অম্বিকাগিৰিৰ কালজয়ী কবিতাৰ পক্তি আওৰায়।

অম্বিকাগিৰিৰ ‘ওম তৎসৎ ভাৰত মহান,এক চেতনাত, এক ধ্যানত , এক সাধনাত, এক আৱেগত, এক হৈ যা, এক হৈ যা…’ কবিতা আওৰাই কোবিন্দে কয় যে জাতীয় চেতনা জাগ্ৰত কৰি প্ৰতি গৰাকী ভাৰতীয়ই দেশৰ হিতাৰ্থে কাম কৰি যাব লাগিব।

তেওঁ লগতে কয় যে ক’ৰ’ণাতংকৰ মাজত সংসদৰ যুটীয়া অধিৱেশন অনুষ্ঠিত কৰাটো এক গুৰুত্বপূৰ্ণ কথা হিচাবে বিবেচিত হৈছে।

ভাৰতে চলিত বৰ্ষতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষত ভৰি দিব বুলি উল্লেখ কৰি কোবিন্দে কয় যে ভাৰতে এতিয়া নতুন যুগ এটাত প্ৰৱেশ কৰিবলৈ ওলাইছে।

এই নতুন যুগত ভাৰতে নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ ভাষণত উল্লেখ কৰে।

অম্বিকাগিৰিৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়ত অধিক গুৰুত্ব দিছে।তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ প্ৰথ লক্ষ্য দেশৰ কৃষিখণ্ডৰ উন্নয়ন বুলিও মন্তব্য কৰে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd