• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ম ভিত্তিক সাহিত্য সভা গঠনত তীব্ৰ আপত্তিৰ পিছত “অসম ইছলামিক সাহিত্য সভা” ভংগ কৰি দিয়াৰ প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 11:51 am
Assam Islami Sahitya Sabha banner

অসম ইছলামিক সাহিত্য সভাৰ এখন বৈঠকৰ দৃশ্য। উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অসম ইছলামিক সাহিত্য সভা ভংগ কৰি দিয়াৰ বাবে সাজু হৈছে সংগঠনটোৰ বিষয়ববীয়াসকল।

অহা ১৩, ১৪ আৰু ১৫ মাৰ্চত নলবাৰীৰ আদাবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হোৱাৰ কথা আছিল।

Apply Now

কিন্তু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছত সংগঠনটোৰ সভাপতি চৈয়দ ইফতিকাৰ হুছেইনে ৮ জানুৱাৰিত সংবাদ মাধ্যমৰ আগত সংগঠনটো ভংগ কৰি দিয়াৰ প্ৰস্তাৱৰ বিষয়ে কয়। লগতে প্ৰস্তাৱিত কেন্দ্ৰীয় অভিৱৰ্তনখনো বাতিল কৰা বুলি জনায়।

উল্লেখযোগ্য যে ধৰ্মৰ নামত সাহিত্যক ভাগ কৰিব খোজা সংগঠনটোৰ অস্তিত্বৰ কথা পোহৰলৈ অহাৰ পিছতে বিভিন্নজনে “সন্দেহ” প্ৰক্ষেপ কৰাৰ উপৰি ইয়াৰ জন্মৰ প্ৰয়োজনৰ ওপৰত প্ৰশ্ন তোলে।

বিশেষকৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হোৱা ইয়াৰ সমালোচনা আৰু বিতৰ্কবোৰে সমাজৰ গৰিষ্ঠ অংশৰ বিবেক স্পৰ্শ কৰিবলৈ সক্ষম হয়।

ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেইচবুক য়ুজাৰসকলৰ বেছিসংখ্যকেই মত আগ বঢ়াই কয়, “সাহিত্য ভাষা কেন্দ্ৰিকহে, ধৰ্মৰ নামত সাহিত্য সভা কিয়?”

অসমৰ খোদ ইছলাম ধৰ্মীয় সমাজখনৰ পৰাই সংগঠনটোৱে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয়।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৭ জানুৱাৰিত এটা প্ৰতিক্ৰিয়াত অসমভূমিৰ সমাজ-সংস্কৃতিক নস্যাৎ কৰি ইছলমিক সাহিত্য সভা  গঠন কৰা কাৰ্য গ্ৰহনযোগ্য নহয় বুলি মন্তব্য কৰিছিল। লগতে সংগঠনটোৱে ধৰ্মৰ নামত সাহিত্য পৰিষদ গঠন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নিও দিছিল।

লগতে পঢ়ক “অসম ইছলামিক সাহিত্য সভা”, ছ’চিয়েল মিডিয়াৰ নতুন বিতৰ্ক

৮ জানুৱাৰিত বীৰ লাচিত সেনাই শিৱসাগৰত এখন সংবাদমেল দি ইছলামিক সাহিত্য সভা, সদৌ অসম হিন্দুত্ব সাহিত্য সভাৰ দৰে ধৰ্ম ভিত্তিক সাহিত্য সভা গঠন নকৰিবলৈ সকীয়াই দিছিল।

অসম ইছলামিক সাহিত্য সভাৰ অস্তিত্ব পোহৰলৈ অহাৰ পিছতে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা” নামৰ এটা অখ্যাত সংগঠনৰ কথাও পোহৰলৈ আহিছিল। ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰা সংগঠনটোৰ এখন প্ৰচাৰ পত্ৰত হিন্দুত্ববাদী লেখক-লেখিকাসকলক সংগঠিত আৰু তেওঁলোকৰ লেখা-মেলা আৰু পুথি আদি প্ৰকাশ কৰা হ’ব বুলি কোৱা হৈছে।

আনহাতে ইছলামিক সাহিত্য সভাৰ উদ্দেশ্য সম্পৰ্কে সংগঠনটোৱে ইছলামীয়, বিশেষকৈ কোৰান কেন্দ্ৰিক সাহিত্যবোৰ প্ৰচাৰেৰে অসমীয়া সাহিত্যলৈ বৰঙনি আগ বঢ়োৱাৰ কথা কোৱা হৈছে।

লগতে পঢ়ক কেৱল ইছলামিক সাহিত্য সভা নহয়, ৰাজ্যত আৱিৰ্ভাৱ হৈছে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”

সংগঠনটোৰ অহা মাৰ্চত হ’ব লগীয়া কেন্দ্ৰীয় অভিবৰ্তনখনৰ আয়োজক সমিতিত মুখ্য পৃষ্ঠপোষক হিচাপে বিজেপিৰ বিধায়ক নাৰায়ণ ডেকাৰ নামটো উল্লেখ আছিল যদিও বিতৰ্কৰ পিছত বিধায়কজনে তেওঁক মুখ্য পৃষ্ঠপোষক হিচাপে ৰখাৰ বিষয়ে জ্ঞাত নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd