• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৫,০০,১০০ টকাৰ বৰঙণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 3:29 pm

1 min read

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৫,০০,১০০ টকাৰ বৰঙণি

উৎস-ইণ্টাৰনেট

247
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকা বৰঙণি হিচাপে আগবঢ়ায়।

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সাহায্যৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰাৰ পাছতে কোবিন্দে ৰাম মন্দিৰৰ বাবে বৰঙণি আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰা দলটোত বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱ গিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰ উপস্থিত আছিল।

পূৰ্বে ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰত প্ৰায় ১,১০০ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰিছিল।

মন্দিৰ নিৰ্মাণত ব্যয় হ’বলগীয়া ধন সমগ্ৰ দেশৰ সাধাৰণ নাগৰিকৰ পৰা সংগ্ৰহ কৰা হ’ব বুলি ট্ৰাষ্টৰ তৰফৰ পৰা কোৱা হয়।

এই অভিযানৰ অংশস্বৰূপে ট্ৰাষ্টৰ এটা দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল।

আনহাতে, বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰাও ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ পৰা সাহায্য সংগ্ৰহ কৰা হ’ব বুলি সদৰী কৰিছিল।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd