• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ভূমি বিবাদক লৈ সংবাদমেল: চৰকাৰ আৰু কৰ্প’ৰেট গোষ্ঠীৰ বিৰুদ্ধে সৰৱ ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2025 7:47 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি আজি এক সংবাদমেল সম্বোধন কৰে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। সংবাদমেলত সমিতিৰ সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ষষ্ঠ অনুসূচী অঞ্চলৰ স্বকীয়তা ধবংস কৰিব বিচাৰিছে।

অধিবক্তা শান্তনু বৰঠাকুৰ, আহ্বায়ক সুব্ৰত তালুকদাৰ, কৃষ্ণ গগৈ, প্ৰণৱ দলে আৰু জয়ন্ত গগৈয়ে এই সংবাদমেলত অংশগ্ৰহণ কৰি কাৰ্বি পাহাৰৰ বৰ্তমানৰ অৱস্থাৰ বাবে চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা কৰ্প’ৰেট-হিন্দুত্ববাদৰ নেক্সাছক জগৰীয়া কৰে।

Apply Now

সংবাদমেলত অভিযোগ কৰা হয় যে সংবিধানৰ ষষ্ঠ অনুসূচীৰ মূল লক্ষ্য আছিল জনজাতীয় লোকৰ ভূমি, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, য’ত ভূমি কিনা-বেচাৰ ক্ষেত্ৰত কঠোৰ বাধা আৰোপ কৰা হৈছে। কিন্তু বৰ্তমান সময়ত সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়া একাংশ লোকৰ প্ৰব্ৰজনে কাৰ্বি তথা খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

সমিতিয়ে অভিযোগ কৰে যে বিজেপি চৰকাৰে এনে প্ৰব্ৰজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে ভোটৰ স্বাৰ্থত তেওঁলোকক সুৰক্ষাহে দিছে। মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো আদালতৰ ওপৰত জাপি দি মিথ্যাৰ আশ্ৰয় লোৱা বুলিও তেওঁলোকে দাবী কৰে।

সমিতিয়ে উল্লেখ কৰে যে আদালতত চলি থকা গোচৰসমূহৰ নথিপত্ৰ নিৰীক্ষণ কৰিলে স্পষ্ট হয় যে চৰকাৰ বা কাৰ্বি স্বায়ত্তশাসিত পৰিষদে আদালতৰ স্থগিতাদেশ সংশোধনৰ বাবে কোনো পদক্ষেপ লোৱা নাই। পমুৱা মুছলমান এলেকাত আদালতৰ ৰায় উলংঘা কৰি উচ্ছেদ চলোৱা চৰকাৰখনে কাৰ্বি পাহাৰত গেৰুৱা পতাকা লোৱা লোকসকলৰ ক্ষেত্ৰত আদালতৰ দোহাই দি নৰম স্থিতি গ্ৰহণ কৰা বুলি সংবাদমেলত অভিযোগ কৰা হয়। ইয়াৰ উপৰি আদানী-আম্বানিৰ দৰে গোষ্ঠীক হাজাৰ বিঘা ভূমি গতাই দিব খোজা কাৰ্যক চৰকাৰৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰৰ বহিঃপ্ৰকাশ বুলি অভিহিত কৰে সমিতিয়ে।

কেৱল চৰকাৰেই নহয়, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধেও দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে।

ৰাইজৰ উন্নয়নৰ ধনেৰে নেতাৰ পৰিয়ালে বিলাসিতা কৰা বুলি উল্লেখ কৰি সমিতিয়ে জানিবলৈ দিয়ে যে তেওঁলোক যিকোনো ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধী। ইয়াৰ পৰিৱৰ্তে, অবৈধভাৱে থকা লোকসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যত সন্মানসহকাৰে পুনসংস্থাপন কৰিবলৈ তেওঁলোকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd