• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল ‘কা’ আন্দোলন কৰা শিল্পীয়েহে পালে ৫০ হাজাৰ টকাৰ অনুদান, বাকী বোৰে?

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চৰকাৰক সুধিলে আৰু বহু প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 30, 2020 4:08 pm
a ripun
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজীৱ ভৱনত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এখন সংবাদমেল সম্বোধন কৰে।সংবাদমেলত ২০১৯-২০ বৰ্ষৰ বাজেট সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰা হয়।

বৰাই কয় যে চৰকাৰী শিক্ষানুষ্ঠাৰ হোষ্টেলৰ মাচুল ১০ মাহৰ বাবে ৰেহাই দিয়াৰ কথা উল্লেখ আছিল বাজেটত কিন্তু বিজেপি চৰকাৰে সেয়া কাৰ্যকৰী নকৰিল।

Apply Now

২৫ হাজাৰ টকা কৈ গোটক দিয়াৰ  কথা চৰকাৰে কৈছিল যদিও  সেয়াও কাৰ্যকৰী নকৰিলে বুলি তেওঁ সংবাদমেলত কয়।

পৰিবহণ বিভাগত ১৫ শ খন বাছ অতিৰিক্ত মজুত থাকিব লাগিছিল কিন্তু সেয়া হৈ নুঠিল আৰু থকা বাছ খিনিও ভালদৰে পৰিচালিত নোহোৱাৰ অভিযোগ তোলে বৰাই।

ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা কুশলীক ৫০ হাজাৰ টকা দিয়াৰ কথা আছিল কিন্তু সেয়া কাৰ্যকৰী নহল কেৱল কা আন্দোলনত জড়িত  বচা বচা কলা কুশলীকহে সেই ধন দিয়া হ’ল।

খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ  ক্ষেত্ৰত বিজেপি চৰকাৰ খনে পিঠি দিয়া বুলিও তেওঁ অভিযোগ কৰে।

প্ৰধানমন্ত্ৰী ফচল বীমা  যোজনাত ৯ শতাংশ মানুহে নাম অন্তৰ্ভূক্ত কৰাৰ পিছতো .৪ শতাংশ মানুহহে এই যোজনাৰ আওতালৈ আহিছিল বুলি তেওঁ কয়।

বৃক্ষ ৰোপনৰ পৰিকল্পনাতো কেৰোণ  থকা বুলি উল্লেখ কৰি বৰাই বিজেপিৰ চৰকাৰ খনক তুলাধুনা দিয়ে।।

যোগীঘোপা কাগজ কল পুনৰ মুকলি কৰাৰ পৰিৱৰ্তে তাত এখন পার্ক নিৰ্মাণৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

জৰীপ নোহোৱা গাঁৱত জৰীপ কৰি  ভূমি পট্টা  প্ৰদান কৰাৰ প্ৰসংগত বৰাই কয় যে  জৰীপৰ পিছতো  খিলঞ্জীয়া মানুহে নাপালে ভূমিৰ পট্টা,কেৱল RSS  পৰিচালিত অনুষ্ঠানকহে ভূমিৰ পট্টা প্ৰদান কৰা বুলি তেওঁ অভিযোগ কৰে।

আজিৰ তাৰিখত ১৪ লাখ পৰিয়ালৰ নামত ভূমিৰ পট্টা নাই বুলি তেওঁ কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd