• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয়ত ওলমিব তলা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 3, 2019 1:41 pm
images

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অৰ্থ্যাৎ ৪ ফেব্ৰুৱাৰিৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয় অচল হৈ পৰিব। কিয়নো কাইলৈ ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত তলা ওলমাই অচল কৰি তুলিব প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে সন্মিলনীৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে।

উল্লেখ্য যে, যোৱা ১১ জানুৱাৰিৰ দিনা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰাৰ দাবীৰে মহানগৰীৰ লখৰাত সমবেত হৈছিল হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। উক্ত সমাবেশতে ৪,৫ আৰু ৬ ফেব্ৰুৱাৰিত অসহযোগ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব বুলি চৰকাৰক সকীয়াই দিছিল সাধাৰণ সম্পাদকজনে।

Apply Now

দাবী পূৰণ কৰিবৰ বাবে চৰকাৰক দিয়া সকিয়নীৰ পাছতো কোনোধৰণৰ আলোচনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই আগ্ৰহ প্ৰকাশ নকৰাত তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচীৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বুলি সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে জানিব দিয়ে।

সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে’ আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পদ হ্ৰাস কৰি কাঢ়ি নিয়া, ৮৭০০ টকাৰ গ্ৰেড পে’ ঘূৰাই দিয়া, সাময়িক পদোন্নতিৰ মান্যতা বাহাল ৰখা, অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা আদি দাবীসমূহ পুনৰ উত্থাপন কৰিছে।

তদুপৰি, কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰা, চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, পাবলৈ বাকী থকা বকেয়া ধন আদায় দিয়া, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা আদিকে ধৰি মুঠ ১২ দফীয়া দাবীৰে সন্মিলনীয়ে এই অসহযোগ কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

অৱশ্যে, চলি থকা বিধানসভাৰ বাজেট অধিবেশনত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে এক ইতিবাচক ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক গোস্বামীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd