DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি থাকিলেই নহ’ব, পুনৰ আন্দোলন কৰিব টেট শিক্ষকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 23, 2019 8:11 pm
Primary TET teachers' Assam: Regularisation, not continuation of service, is our demand

টেট শিক্ষকৰ প্ৰতিবাদৰ ফাইল ফটো।

987
VIEWS
Share on FacebookShare on Twitter

অসমৰ টেট শিক্ষকসকলৰ প্ৰমাণ পত্ৰৰ ম্যাদ আৰু চাকৰি বাহাল থাকিব বুলি শিক্ষা বিভাগে দিয়া শেহতীয়া নিৰ্দেশনায়ো তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাই।

এক বিবৃতিযোগে এই কথা জনাইছে সমাজেৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদ আৰু দ্বীপাৰ্ণৱ ঘোষে।

ৰচিদ-ঘোষ স্বাক্ষৰিত বিবৃতিত প্ৰকাশ, চাকৰি বাহাল নহয়, নিয়মীয়াকৰণহে তেওঁলোকৰ দাবী।

তেওঁলোকে আগন্তুক বিধানসভা অধিৱেশনতে টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে।

“অনথ্যা আমি পুনৰ ৰাজপথলৈ ওলাই আহি শিক্ষক সমাজে গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত ল’বলৈ বাধ্য হ’ম,” তেওঁলোকে কয়।

লগতে পঢ়ক– নিয়মীয়া হোৱাৰ পথত অসমৰ ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি

সোমবাৰে ৰাজ্যৰ শিক্ষা বিভাগে টেট শিক্ষকৰ চাকৰি সম্পৰ্কীয় নিৰ্দেশ (PMA. 160/2018/235)টো জাৰি কৰিছিল।

কিন্তু টেট শিক্ষক সমাজৰ মত হৈছে, “আমাৰ একমাত্ৰ দাবীটোৱেই হ’ল বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰিৰ নিয়মীয়াকৰণ কৰা। এনে পৰিপ্ৰেক্ষিতত নতুন বিজ্ঞাপনত আৱেদন কৰাৰ সুবিধা প্ৰদান আৰু চাৰ্টিফিকেটৰ ম্যাদ বঢ়োৱাটোৱেই সমস্যাৰ সমাধান নহয়। বিজ্ঞাপনত আৱেদন কৰাটো কেতিয়াও আমাৰ দাবী হ’ব নোৱাৰে।”

ৰাজ্যৰ শিক্ষা বিভাগৰ অতিৰিক্ত প্ৰধান সচিব মুনিন্দৰ সিঙে জাৰি কৰা নিৰ্দেশটোত টেট উত্তীৰ্ণ শিক্ষকসকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে তেওঁলোকৰ চাকৰি বাহাল থাকিব বুলি উল্লেখ কৰিছিল।

লগতে নিয়মীয়া নোহোৱালৈকে টেট চাৰ্টিফিকেটৰ ম্যাদ বাহাল থাকিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছিল।

Recent News

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd