DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 7:45 am
modi-tshering-743x375

ভূটানৰ ৰজাৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

4.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ উৰা মাৰিব।

২০১৪ চনত প্ৰথম বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে মোদীয়ে প্ৰথম বিদেশী ৰাষ্ট্ৰ হিচাপে ভূটান ভ্ৰমণ কৰিছিল।

হিমালয়ত অৱস্থিত দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভূটান ভ্ৰমণলৈ যাবলৈ ওলাইছে বুলি উল্লেখ কৰে।

‘‘চলিত কাৰ্য্যকালৰ আৰম্ভণিতে মোৰ ভূটান ভ্ৰমণে আমাৰ দেশৰ ভূটানৰ প্ৰতি থকা গুৰুত্বক প্ৰতিফলিত কৰিছে, দেশৰ চৰকাৰ সদায় বিশ্বাসী বন্ধু তথা প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে সু-সম্পৰ্কৰ প্ৰতি আগ্ৰহী’’- মোদীয়ে এটা বক্তব্যত কয়।

ভাৰত আৰু ভূটানে সহযোগিতামূলক বিকাশ, হাইড্ৰ-পাৱাৰ সহযোগিতাৰ লগতে শক্তিশালী বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুন্দৰ দ্বিপাক্ষিক সম্বন্ধ উপভোগৰ নিদৰ্শন দাঙি ধৰিছে বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰে।

ভাৰত চৰকাৰৰ প্ৰতিবেশী প্ৰথম নীতিৰ ক্ষেত্ৰত ভাৰত-ভূটান সম্বন্ধই এক বিশেষ স্থান অধিকাৰ কৰি মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈছে বুলি মোদীয়ে কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোয়েল য়ুনিভাৰ্চিটি অব ভূটানৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব।

 

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd