• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিতৰ্কৰ আৱৰ্তত প্ৰধানমন্ত্ৰী মোদী; নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2022 8:54 pm
Narendra Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে সম্পন্ন হল উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।ভাগ্য নিৰ্ণয় হ’ব ৫৯টা বিধানসভা সমষ্টিৰ। আনহাতে, পঞ্জাৱতো ১১৭ খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হল।

ইয়াৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণ ড্ৰোণ প্ৰকল্প উদ্বোধন কৰাৰ সময়তে এক বিতৰ্কৰ সূত্ৰপাত হয়। উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বেছিভাগ ভোটাৰে হৈছে কৃষক।

Apply Now

কেন্দ্ৰৰ কৃষি আইনক লৈ খেতিয়কসকলৰ পূৰ্বৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰক লৈ ক্ষোভ আছিল। দেশৰ গেৰুৱা শিবিৰটোৱেও যৎপৰোনাস্তি চেষ্টা চলাইছে, যেন কোনো কাৰণতে কৃষকৰ এই অসন্তুষ্টিৰ প্ৰভাৱ ভোটৰ বাকচত নপৰে।

প্ৰধানমন্ত্ৰী কিষাণ ড্ৰোন প্ৰকল্পটোক সেয়েহে ৰাজনীতিবিদসকলে কৃষকসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস হিচাপে চিহ্নিত কৰিছে। মুখ্যতঃ কীটনাশক বিয়পোৱা আৰু খাদ্য নিৰীক্ষণৰ বাবে এই ড্ৰোন ব্যৱহাৰ কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু গোৱাত প্ৰথমে কিষাণ ড্ৰোন সেৱা আৰম্ভ কৰা হ’ব৷ তাৎপৰ্যপূৰ্ণভাৱে, এই তিনিটা স্থানত ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে৷

প্ৰশ্ন উত্থাপিত হয়, নিৰ্বাচনৰ সময়ত আদৰ্শ আচৰণ বিধি বলৱৎ থকাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ঘোষণা নিৰ্বাচনী আচৰণ বিধিৰ উলংঘন নহয় নেকি?

ইফালে, যোগীৰ ৰাজ্যৰ খেতিয়কসকলে অভিযোগ কৰিছে যে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য নাপায়। ইয়াৰ লগতে, অত্যধিক বিদ্যুতৰ বিলৰ সমস্যা আছে৷ এইবোৰ যোগী চৰকাৰে সমাধান কৰা নাই৷

ই ভি এমত আলু খেতিয়কৰ খং প্ৰতিফলিত হ’লে বিজেপিৰ সমস্যা বৃদ্ধি পাব। আনফালে আকৌ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশৰ গোণ্ডাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত চাকৰিৰ দাবীত বহুতো মানুহে প্ৰতিবাদ কৰিছিল।

তেওঁলোকে সেনাত নিযুক্তি বিচাৰি নিৰ্বাচনী সভাতে শ্ল’গান দিছিল।এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত ৰাজনাথ সিঙে মঞ্চৰ পৰা আশ্বাস দিয়া শুনা যায়, ‘এয়া হ’ব, হ’ব। আপোনালোক নিশ্চিত হৈ থাকক। কৰ’নাৰ বাবে কিছু সমস্যা আছিল, নিযুক্তি পুনৰ আৰম্ভ হ’ব।’

কৃষকৰ খং অব্যাহত থকাৰ সময়তে বিজেপিয়ে এইবাৰ নিজৰ ইস্তাহাৰত দাবী কৰিছে যে যদি বিজেপি ক্ষমতালৈ ঘূৰি আহে, ই উত্তৰ প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যৰ বাবে নিযুক্তি নিশ্চিত কৰিব।

আনহাতে, অখিলেশ যাদৱে লগতে দাবী কৰে যে যদি তেওঁৰ দল শাসনলৈ আহে, তেন্তে দুগুণ হাৰত চাকৰি সৃষ্টি হ’ব। অৱশ্যে, আশ্বাসৰ লগতে, পাৰস্পৰিক বোকা-ছটিওৱা ৰাজনীতি অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd