• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী জ’ বিডেনক টেলিফোনত শুভেচ্ছা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2020 9:08 am

1 min read

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী জ’ বিডেনক টেলিফোনত শুভেচ্ছা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মোদী আৰু বিডেন, উৎস-ইণ্টাৰনেট

242
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জ’ বিডেনক টেলিফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে।

সদ্য ঘোষিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱা জ’ বিডেনক ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে।

ফোনযোগে হোৱা বাৰ্তালাপত দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

‘‘আমি কোভিড-১৯ মহামাৰী, জলবায়ু পৰিবৰ্তন, সন্ত্ৰাসবাদ দমণ আৰু ইণ্ডো-পেচিফিক ৰিজিঅ’নত সহযোগিতাৰ বিষয়ে আলোচনা কৰো আৰু এই বিষয় সমূহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰো,’’ বিডেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছত প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, আমেৰিকাৰ সদ্যঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বিডেনে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰে।

বিডেনে বৰাক ওবামা ৰাষ্ট্ৰপতি হৈ থাকোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ চম্ভালিছিল।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd