• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰিন্স চাৰ্লছৰ সংস্থালৈ বৃহৎ পৰিমাণৰ ধন দান বিন লাডেনৰ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 11:28 am
178
VIEWS
Share on FacebookShare on Twitter

ওচামা বিন লাডেনৰ পৰিয়ালে ব্ৰিটেইনৰ প্ৰিন্স চাৰ্লছৰ কল্যাণ পুঁজিলৈ ১.১৯ মিলিয়ন মাৰ্কিন ডলাৰ দান কৰিছে। ৯/১১ ৰ আক্ৰমণৰ মূল অভিযুক্ত বিন লাডেনৰ পৰিয়ালে কৰিলে এই বৃহৎ দান।

চানডে টাইমছত প্ৰকাশিত বাতৰিত এইকথা কোৱা হৈছে। এই বৃহৎ দানকলৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।

বাতৰি অনুসৰি, চাৰ্লছৰ বহু শুভাকাংক্ষীয়ে তেওঁক লাডেনৰ পৰিয়ালৰ পৰা কোনো ধৰণৰ সহায় নল’বলৈ নিষেধ কৰিছিল। কিন্তু শেষত চাৰ্লছৰ সংস্থাই এই অনুদান ল’বলৈ সন্মত হয়।

লগতে পঢ়ক: India records first Monkeypox death: দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু! বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ

প্ৰিন্স অফ ৱেলছ চেৰিটেবল ফাণ্ডলৈ দান কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধন।

প্ৰিন্স অফ ৱেলছ চেৰিটেবল ফাণ্ডৰ অধ্যক্ষ য়েল চেচিৰে সদৰী কৰে যে পাঁচজন ট্ৰাষ্টীয়ে এই অনুদান গ্ৰহণ কৰিবলৈ সন্মত হয়। যোৱা ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ আৰক্ষীয়ে চাৰ্লছৰ দাতব্য পুঁজিকলৈ এক তদন্ত আৰম্ভ কৰিছিল।

এজন চৌদি ব্যৱসায়ীৰ দ্বাৰা দান কৰা ধনৰ সৈতে জড়িত এক কেলেংকাৰীৰ সন্দৰ্ভত এই তদন্তটো আৰম্ভ হৈছিল।

এই অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতাৰ পিছত ফাউণ্ডেচনৰ মুৰব্বীয়ে যোৱা বছৰ পদত্যাগো কৰিছিল।

লগতে পঢ়ক: Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু

মেহফুজ মাৰি মোবাৰক বিন মেহফুজ নামৰ ব্যৱসায়ীজনে এই বৃহৎ পৰিমাণৰ ধন দান কৰিছিল। পিছলৈ ইয়াকে লৈ বহু কেলেংকাৰী পোহৰলৈ আহে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd