• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

COVID-19 ত আক্ৰান্ত হৈ স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 29, 2020 12:22 pm

1 min read

Princess-Maria-Teresa-of-Spain_17124b4ff42_large

স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচা। ফটো: টুইটাৰ

5.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

ৰাজকুমাৰীৰ মৃত্যু যোৱা ২৬ মাৰ্চত হয়। COVID-19 ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত তেওঁৰ চিকিৎসা চলি আছিল।

গোটেই বিশ্বতে কোনো ৰাজপৰিয়ালৰ ব্যক্তিৰ মৃত্যুৰ এইটো প্ৰথম ঘটনা।

দেশ-বিদেশৰ বহু লোক এই ভাইৰাছৰ গ্ৰাসত বহু লোক আক্ৰান্ত হৈছে যদিও মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত স্পেইনৰ পৰা এইটো এটা ডাঙৰ খৱৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে য়ুৰোপৰ দেশসমূহৰ ভিতৰত ইটালীৰ পাছতে স্পেইনত কৰ’না ভাইৰাছে আটাইতকৈ বেছি ক্ষতি কৰিছে।

ৰাজকুমাৰীৰ ভাতৃয়ে দিয়া এটা ফেচবুক প’ষ্টত কোৱা হৈছে যে কৰ’না পজিটিভ পোৱাৰ পোৱা ৮৬ বছৰীয়া ৰাজকুমাৰীৰ পেৰিচত মৃত্যু হয়। শুকুৰবাৰে মাদ্ৰিদত তেওঁৰ অন্তিম সৎকাৰ কৰা হয়।

ৰাজকুমাৰী মাৰিয়া টেৰেচাৰ জন্ম ১৯৩৩চনত পেৰিচত হৈছিল। ফ্ৰান্সত পঢ়াশুনা কৰা ৰাজকুমাৰীয়ে বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল।

বিদেশী মিডিয়াৰ বাতৰি অনুসৰি, ৰাজকুমাৰী মাৰিয়া টেৰেচাক ৰেড প্ৰিন্সেছ নামেৰেও জনা গৈছিল কিয়নো তেওঁৰ বিচাৰধাৰা কিছু পৃথক আছিল আৰু সামাজিক কামকাজত বিশেষভাৱে জড়িত হৈ পৰিছিল।

Tags: COVID19

Recent News

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

IMG-20210116-WA0015(1)

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd