• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক’ৰ’নাৰ পৰীক্ষাৰ বাবে আদায় ল’লে ২৭০০০ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 9, 2020 8:23 pm

1 min read

হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক’ৰ’নাৰ পৰীক্ষাৰ বাবে আদায় ল’লে ২৭০০০ টকা
188
VIEWS
Share on FacebookShare on Twitter

হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক’ৰ’নাৰ পৰীক্ষাৰ বাবে ৰোগীৰ পৰা ২৭০০০ টকা আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে।

হায়দৰাবাদৰ এগৰাকী সক্ৰিয় কৰ্মীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আদায় লোৱা বাবে গোচৰ তৰিছে।

”যেতিয়া মই কোভিড পৰীক্ষাৰ বাবে চিকিৎসালয়খনলৈ গৈছিলো…মোৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্য ক’ৰ’নাৰ পৰীক্ষাৰ বাবে আদায় লোৱা হৈছিল,” সক্ৰিয় কৰ্মীগৰাকীয়ে লগতে কয়।

তেলেংগানা চৰকাৰ আৰু নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি(এন পি পি এ)য়ে এই ক্ষেত্ৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সুযোগ গ্ৰহণ কৰি দেশৰ বহু সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে জনসাধাৰণৰ পৰা অধিক হাৰত ধন সংগ্ৰহ কৰাৰ সৰ্বত্ৰে অভিযোগ উত্থাপন হৈছে।

Recent News

Screenshot_2021-02-28-18-54-37_1

সচেতনা সৃষ্টিৰ লক্ষ্যৰে টীয়কত সংস্কাৰ জাগৰণ যাত্ৰা

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd