• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 2, 2023 1:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে। স্বামী ৰবাৰ্টে ইতিমধ্যে সেই কথা ফাদিল কৰিছিল। কিন্তু কোনখন আসনৰ পৰা দলে তেওঁক টিকট দিব? এই বিষয়ে চৰ্চা অব্যাহত আছে। কোনোৱে কয় যে তেওঁ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যুঁজ দিব। আনহাতে বহুতেই ভাবে যে ছোনিয়া গান্ধীয়ে ৰায়বেৰেলীৰ আসনখন কন্যাক এৰি দিব। এনে জল্পনা-কল্পনাৰ মাজতে আহিছে এক নতুন খৱৰ।

জানিব পৰা মতে, পৰৱৰ্তী নিৰ্বাচনত প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশৰ ফুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এই ফুলপুৰ আসনখন গান্ধী পৰিয়ালৰ বাবে অতি আদৰৰ। এই আসনৰ পৰাই জৱাহৰলাল নেহৰুৱে ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত জয়লাভ কৰিছিল।

উত্তৰ প্ৰদেশৰ তিনিটা সমষ্টি গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত। আমেথি, ৰায়বেৰিলি আৰু ফুলপুৰ। অৱশ্যে প্ৰিয়ংকা কোনখন আসনত থিয় দিব সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত কথা কোৱা নাই কংগ্ৰেছে।

Apply Now
ফুলপুৰৰ এখন পোষ্টাৰে সষ্টি কৰিছে নতুন জল্পনা-কল্পনাৰ।

প্ৰিয়ংকা গান্ধীয়ে মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও দলৰ ভিতৰতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কিন্তু মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়ী হৈ ক্ষমতালৈ আহিলেহে সেয়া হ’ব পাৰে।

ইপিনে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​মাকেনে কৈছিল যে বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকাক দলে টিকট দিব পাৰে। তেওঁ এই সমষ্টিৰ যোগ্য প্ৰাৰ্থী।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটেই নহয়, গান্ধী পৰিয়ালেও আসন বুজাবুজি কৰিব পাৰে। দলৰ ভিতৰত এনে জল্পনা-কল্পনাই চলি আছে। সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কন্যাৰ বাবে আন এখন আসনলৈ স্থানান্তৰিত হ’ব পাৰে। কংগ্ৰেছ হাইকমাণ্ডে গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

ফুলপুৰত মাতৃ ছোনিয়াৰ সৈতে প্ৰিয়ংকা গান্ধী। ফটো সংগ্ৰহীত।

২০১৯ চনৰ পৰা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ পূৰ্বে কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল। সেই ক্ষেত্ৰত তেওঁক এটা গুৰুত্বপূৰ্ণ আসনত প্ৰক্ষেপ কৰি কংগ্ৰেছে এটা ডাঙৰ চমক দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

বিগত নিৰ্বাচনত আমেথিত স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত পৰাস্ত হৈছিলৰাহুল গান্ধী। সেই ‘প্ৰতিশোধ’ ভগ্নী প্ৰিয়ংকাই ল’ব পাৰিবনে? ৰাজনৈতিক মহলত তাকলৈ আৰম্ভ হৈছে সৰৱ চৰ্চা। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd