• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুলে এৰি যোৱা ৱায়ানাদৰ পৰা নিৰ্বাচন খেলিব প্ৰিয়ংকাই : নিৰ্বাচনৰ আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ দিন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 9:39 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে বিধানসভাৰ লগতে লোকসভাৰো উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি অহা ১৩ নবেম্বৰত লোকসভাৰ উপ-নিৰ্বাচনৰ ভোট গণনা হ’ব আৰু ২৩ নবেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।

Apply Now

নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পিছতে ৱায়ানাদৰ প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে। ৱায়ানাদত প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি বিবৃত্তি প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে।

উল্লেখ্য যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰায়বৰেলী আৰু ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল গান্ধীয়ে। তেওঁ দুয়োখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। দুখন আসনত জয় লাভ কৰিলেও নিয়ম অনুসৰি দুখন আসনৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰিব নোৱাৰি। যাৰ বাবে যিকোনো এখন আসন এৰি দিব লগা হৈছিল তেওঁ। শেষত ৰায়বৰেলী সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত ল’লে গান্ধীয়ে। তেতিয়াৰ পৰা সাংসদবিহীন হৈ আছে ৱায়ানাদ সমষ্টিটো।

দীৰ্ঘদিন ধৰি ৰাজনীতিৰ লগত জড়িত হৈ আছে প্ৰিয়ংকা গান্ধী। দেশৰ ভিতৰতে এগৰাকী অতি জনপ্ৰিয় নেত্ৰী প্ৰিয়ংকা গান্ধী। দলৰ আভ্যন্তৰীণ বৈঠক আৰু প্ৰচাৰত সক্ৰিয় হ’লেও প্ৰিয়ংকাৰ বাবে এয়া হ’ব প্ৰথমখন প্ৰত্যক্ষ নিৰ্বাচনী যুঁজ।

উল্লেখ্য যে ৱায়ানাদ সমষ্টিত এইবাৰ বিৰোধী দলৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। ইণ্ডিয়া এলায়েন্সৰ হৈ যুঁজি নিদিয়ে প্ৰিয়ংকা গান্ধীয়ে। ইণ্ডিয়া এলায়েন্সৰ হৈ সেই সমষ্টিত যুঁজ দিব কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াই।

আশা কৰা অনুসৰি, এইবাৰ প্ৰিয়ংকাৰ মূল যুঁজ হ’ব বাওঁপন্থী দলৰ সৈতে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd