• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৩ চনৰ মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰক; মোডী চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিলে প্ৰিয়ংকাই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:09 am
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন সংবাদমেলত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দাবী কৰিলে যে মহিলা সংৰক্ষণ বিধেয়কৰ আঁৰত লোকসভাত আসন বৃদ্ধিৰ বাবে কেন্দ্ৰই ‘ষড়যন্ত্ৰ’ কৰিছিল, যিটো প্ৰতিৰোধ কৰিব পৰা গ’ল। তেওঁ লগতে এন ডি এ চৰকাৰে প্ৰথমবাৰৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হোৱা বুলিও কয়। সেইবাবেই তেওঁলোকে এই দিনটোক ‘ক’লা দিন’ বুলি অভিহিত কৰিছে।

শনিবাৰে প্ৰিয়ংকাই চৰকাৰক প্ৰত্যাহ্বান জনাই কয়, “২০২৩ চনত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা মহিলা সংৰক্ষণ সম্পৰ্কীয় বিধেয়কখন সোমবাৰে তৎক্ষণাত কাৰ্যকৰী হ’ব লাগে। আমি সকলোৱে ইয়াক সমৰ্থন কৰিম।”

Apply Now

সংবিধান সংশোধন কৰা মহিলা সংৰক্ষণ সংশোধনী বিধেয়কখন সংসদলৈ আনি ভোটদানত সন্মিলিত বিৰোধী মিত্ৰজোঁটৰ হাতত পৰাস্ত হৈছে নৰেন্দ্ৰ মোডী চৰকাৰ। ১২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এন ডি এ মিত্ৰজোঁটে এই বিপৰ্যয়ৰ সন্মুখীন হৈছে। বিৰোধী ইণ্ডিয়া শিবিৰে ইয়াক বৃহৎ জয় হিচাপে প্ৰচাৰ আৰম্ভ কৰিছে।

শনিবাৰে তেওঁলোকে এখন বৈঠকত বহি পৰৱৰ্তী কৌশলৰ বিষয়ে আলোচনা কৰে। বৈঠকৰ অন্তত প্ৰিয়ংকা গান্ধীয়ে কয়, “কালিৰ ঘটনাটো গণতন্ত্ৰৰ বাবে এক ডাঙৰ জয়। চৰকাৰে গণতন্ত্ৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰিছিল। ইয়াক ৰুদ্ধ কৰি দিয়া হ’ল। বিৰোধীৰ ঐক্যই জয়লাভ কৰিছে। ক্ষমতাত থাকিবলৈ ষড়যন্ত্ৰ কৰিছে। মহিলাসকলক ব্যৱহাৰ কৰিছে। কিন্তু মহিলাৰসকলৰ ‘মচীহা’ হোৱাটো ইমান সহজ নহয়। সমগ্ৰ দেশে দেখিছে বিৰোধীসকল একত্ৰিত হ’লে বিজেপি শাসিত এন ডি এক পৰাজিত কৰিব পাৰি।”

প্ৰিয়ংকাই দাবী কৰে যে বিৰোধী মিত্ৰজোঁটে বিজেপিৰ এই ষড়যন্ত্ৰৰ বিষয়ে আগতীয়াকৈ জানিছিল। বিজেপি মিত্ৰজোঁটে বিধেয়কখন গৃহীত হ’লে ভাল হ’ব বুলি আৰু গৃহীত নহ’লে বিৰোধীক মহিলা বিৰোধী বুলি অভিহিত কৰিব পৰা যাব বুলি ভাবিছিল। কিন্তু তেওঁ দাবী কৰে যে মহিলাসকল এতিয়া ইমান মূৰ্খ নহয়। ভুলকৈ উপস্থাপন কৰি কোনো লাভ নহ’ব।

বিৰোধীয়ে দাবী কৰিছে যে ২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত ‘নাৰি শক্তি বন্দন অধিনিয়ম’ বিধেয়কখন গৃহীত হৈছিল। এই বিধেয়কখনত লোকপিয়লৰ পিছত আসন পুনৰ নিৰ্দ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল। তেতিয়া সেই আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব। কিন্তু লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈয়ে লোকসভাৰ আসন বৃদ্ধিৰ সৈতে মহিলাৰ সংৰক্ষণক লগ লগাই দিয়া হৈছে।

প্ৰিয়ংকাই দাবী কৰে যে বিজেপিয়ে ভাবিছিল যে এতিয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নকৰিলে ২০২৯ চনৰ আগতে আৰু সেয়া নহ’ব।বিজেপি চৰকাৰে ক্ষমতাত থাকিবলৈ এই ষড়যন্ত্ৰ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd